• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ অ’ এন জি চিক কেন্দ্ৰই দিয়া নাই দায়িত্ব’ : অইল ইণ্ডিয়াৰ দাবী

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
September 10, 2020 7:28 am
Baghjan-fire-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাঘজানৰ তৈল খাদৰ অনিৰ্বাপিত জুই নিৰ্বাপনৰ দায়িত্ব অ’ এন জি চিক দায়িত্ব দিয়া হোৱা নাই। এই কথা স্পষ্ট কৰিছে অইল ইণ্ডিয়া লিমিটেডে।

উল্লেখ্য যে, বাঘজনাৰ তৈল খাদৰ যোৱা তিনি মাহ ধৰি জ্বলি থকা জুই নিৰ্বাপনত অইল ব্যৰ্থ হোৱাৰ বুলি অভিযোগ কৰি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ে এই অনিৰ্বাপিত জুই নোমোৱাৰ দায়িত্ব অ’এন জি চিক দিয়া বুলি বাতৰি প্ৰচাৰ হৈছিল।

Apply Now

এক সূত্ৰৰ খবৰ মতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অইলৰ চি এম ডিৰ সুশীল চন্দ্ৰ মিশ্ৰৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাঘজান কাণ্ডৰ বিষয়ে আলোচনা কৰিছিল।

সেই আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে বাঘজানৰ জুই নিয়ন্ত্ৰণত অইল বাৰে বাৰে ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে বুলি জানিব পৰা গৈছে।

“কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে অইলৰ বিষয়াসকলৰ বাঘজানৰ সংকট নিয়ন্ত্ৰণৰ বাবে কোনো ভৱিষ্যৎ পৰিকল্পনা নাই আৰু এই ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হৈছে।” সূত্ৰটোৱে কয়।

এই বৈঠকৰ পিছতে বাতৰি প্ৰকাশ পাইছিল যে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বাঘজানৰ সংকট মোচনত অইল ব্যৰ্থ হোৱাত অ’ এন জি চিৰ চি এম ডি শশী শংকৰক এই দায়িত্ব প্ৰদান কৰিছে। কিন্তু অইলে এই বাতৰি অস্বীকাৰ কৰিছে।

সোমবাৰে অইলে দাবী কৰিছিল যে বাঘজানৰ ৫ নং তৈল খাদটোৰ নিৰ্গত গেছ বাঘজান ই পি এছলৈ নিবলৈ সক্ষম হৈছিল যদিও কিছু ঘণ্টাৰ পিছত এটা ছিদ্ৰৰ সৃষ্টি হৈ এক বিস্ফোৰণ হোৱাৰ ফলত সেই অভিযান বন্ধ ৰাখিবলগীয়া হয়।

সূত্ৰটোৰ দাবী কৰে যে সেই সমগ্ৰ অভিযান অ’ এন জি চিৰ চি এম ডিৰ ভিডিঅ’ কনফাৰেন্সৰ দ্বাৰা লাভ কৰা পৰামৰ্শ ক্ৰমে বন্ধ ৰখা হয়।

ইফালে মংগলবাৰে অ’ এন জি চিৰ চি এম ডি শশী শংকৰে বাঘজানৰ পৰিস্থিতিৰ বুজ ল’বলৈ তাত উপস্থিত হৈছিল।

অইলৰ মুখপাত্ৰ ত্ৰিদীপ হাজৰিকাই নাৰ্থ ইষ্ট নাওক জনায় যে অ’ এন জি চিৰ চি এম ডি শশী শংকৰে বাঘজানত উস্থিতিত হোৱা কথাটোকে সংবাদ মাধ্যমে বাঘজানৰ সংকট মোচনৰ দায়িত্ব অ’ এন জি চিক অৰ্পণ কৰা বুলি ভুলকৈ বাতৰি প্ৰচাৰ কৰিছে।

“অইল আৰু অ’ এন জি চি-এ যৌথভাৱে বাঘজানৰ সংকট মোচনৰ বাবে চেষ্টা কৰি আহিছে। এই সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰচাৰিত ভুৱা বাতৰি সম্পৰ্কত আমি আমাৰ স্পষ্টীকৰণ প্ৰকাশ কৰিলো।” মুখপাত্ৰ হাজৰিকাই লগতে কয়।

উল্লেখ্য যে বুধবাৰে বাঘজানৰ অগ্নি নিৰ্বাপনত কৰ্মৰত অৰ্ণৱ কিশোৰ বৰদলৈ নামৰ এগৰাকী অসমীয়া যুৱ অভিযন্তা বৈদ্যুতিক শ্বক লাগি মৃত্যু ঘটিছে।

অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd