• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমাপুৰৰ পৰা অপহৃত গাড়ীচালক, গাড়ী উদ্ধাৰ হোজাই আৰক্ষীৰ; দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
September 10, 2020 8:59 pm
Hojai Police successfully recovered one Ertiga Car along with the driver andNabbed two Kidnappers from Dimapur
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই আৰক্ষীয়ে বৃহস্পতিবাৰে অপহৃত এজন গাড়ীচালকৰ লগতে এখন গাড়ী ডিমাপুৰৰ পৰা
উদ্ধাৰ কৰিছে।

ডিমাপুৰ আৰক্ষীৰ সহযোগত হোজাই আৰক্ষীয়ে দুই অপহৰণকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত অপহৰণকাৰী দুজনক পশ্চিম বংগৰ কোচবিহাৰৰ প্ৰদীপ দাস আৰু হোজাই উত্তৰ ডিমৰুপাৰৰ আৰিফ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

দুই অপহৰণকাৰীয়ে যোৱা মঙলবাৰে হোজাইৰ মোৰাঝাৰ শিৱপুৰৰ পৰা ডিমাপুৰলৈ এখন আৰ্তিগা গাড়ী (AS 02 J 4993) ভাৰালৈ লৈছিল।

কিন্তু ডিমাপুৰলৈ যোৱাৰ বাটত হাতীবঙত গাড়ীচালক চাহিদুৰ ৰহমানক হাতে-ভৰিয়ে বান্ধি পেলায়।

খবৰ মতে, গাড়ীচালকজনৰ চিঞৰ শুনি স্থানীয় লোকে তেওঁক উদ্ধাৰৰ চেষ্টা কৰিছিল, কিন্তু সফল হ’ব নোৱাৰিলে।

তাৰ পিছত দুয়ো অপহৰণকাৰীয়ে গাড়ীখন ডিমাপুৰৰ দিশে চলাই লৈ যায়।

হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে ঘটনা সন্দৰ্ভত খবৰ পাই ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰে আৰু মোৰাঝাৰৰ পৰা আৰক্ষীৰ এক দল ডিমাপুৰলৈ যায়।

অৱশেষত ডিমাপুৰ আৰক্ষীৰ সহযোগত হোজাইৰ আৰক্ষীয়ে দুয়ো অপহৰণকাৰীক কৰায়ত্ত কৰি গাড়ী আৰু চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অপহৰণকাৰী দুজনক জেৰাৰ বাবে মোৰাঝাৰ আৰক্ষী থানালৈ লৈ অহা হৈছে।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd