• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচল প্ৰদেশত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ হিমালয়ান ক’লা ভালুক

ডমিয়েন লেপছা by ডমিয়েন লেপছা
September 13, 2020 2:04 pm
a4bf2606-a9f8-4d7b-bbf2-05ff1ab36244
363
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশত উদ্ধাৰ কৰা হৈছে দুটাকৈ দুষ্প্ৰাপ্য হিমালয়ান ক’লা ভালুক।

শনিবাৰে ৰাজ্যখনৰ টিৰাপ জিলাৰ ডেডাম অৰণ্যাঞ্চলত স্থানীয় লোকে উদ্ধাৰ কৰে ভালুক দুটা।

স্থানীয় লোকে ভালুক দুটা উদ্ধাৰ কৰাৰ পিছত মিয়াও মিনি চিৰিয়াখানাৰ কৰ্তৃপক্ষক গতাই দিয়ে।

ডাডাম ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জনোৱা মতে মক’টুৱা গাঁৱৰ টেংগ্ৰিট নক’বিয়ে ডাডামৰ অৰণ্য অঞ্চলত দুয়োটা ভালুকক উদ্ধাৰ কৰে।

নক’বিয়ে ভালুক দুটা উদ্ধাৰ কৰি পশ্চিম খুনছাৰ বিধায়ক চাকাট আব’হৰ হাতত চমজাই দিয়ে।

চিৰিয়াখানাত ভালুক দুটা চমজাই দিয়াৰ পিছত বিষয়া গাকীয়ে কয় “ভালুক দুটাৰ বয়স বেছি নহয়। ভালুক দুটাৰ খোৱা-বোৱা, স্বাস্থ্যৰ যতন আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মিয়াও মিনি চিৰিয়াখানাৰ কৰ্তৃপক্ষক চমজাই দিয়া হৈছে।”

খুনচাৰ বন বিভাগে ভালুক দুটাক চিৰিয়াখানাত চমজাই দিয়াৰ সকলো ব্যৱস্থা কৰি দিয়ে বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে হিমালয়ান ক’লা ভালুক হিমালয়ৰ পাদদেশ ভাৰত, নেপাল আৰু চীনতেহ পোৱা যায়।

Recent News

হাৰ্ভাৰ্ডত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ ট্ৰাম্পে লোৱা সিদ্ধান্তক লৈ মৌন ভাৰত চৰকাৰ! কংগ্ৰেছৰ তীব্ৰ সমালোচনা

হাৰ্ভাৰ্ডত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ ট্ৰাম্পে লোৱা সিদ্ধান্তক লৈ মৌন ভাৰত চৰকাৰ! কংগ্ৰেছৰ তীব্ৰ সমালোচনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অবৈধ খননত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অবৈধ খননত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

লখিমপুৰৰ এখন বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে ডিক্ৰং নদীৰ বান খনীয়াই! কাণসাৰ নাই চৰকাৰৰ

লখিমপুৰৰ এখন বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে ডিক্ৰং নদীৰ বান খনীয়াই! কাণসাৰ নাই চৰকাৰৰ

জ্যোতি মালহোত্ৰাৰ সৈতে ঘনিষ্ঠ যোগাযোগ! ইউটিউবাৰ যশবীৰ সিঙক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ

জ্যোতি মালহোত্ৰাৰ সৈতে ঘনিষ্ঠ যোগাযোগ! ইউটিউবাৰ যশবীৰ সিঙক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd