• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনে আৱিষ্কাৰ কৰিলে বিশ্বৰ প্ৰথমটো নাকেৰে শুঙি গ্ৰহণ কৰিব পৰা ক’ৰ’ণাৰ ভেকচিন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2020 9:41 am
nosre
693
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাৰ ভেকচিন আৱিষ্কাৰ কৰিবলৈ বিশ্বৰ প্ৰায় ১৭৬ খন দেশে নিজাববীয়াকৈয়েই হওক বা সন্মিলিত বাবেই হওক চেষ্টা অব্যাহত ৰাখিছে।

এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই ক’ৰ’ণাৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱা দেশ চীনো।

চীনে এতিয়া বিধে বিধে ভেকচিন আবিষ্কাৰ কৰি সেইবোৰৰ পৰীক্ষণ তথা বিপননৰ পৰিকল্পনা যুগুত কৰিছে।

বিশ্ববাসীক চমক দিব পৰাকৈ চীনে এইবাৰ আৱিষ্কাৰ কৰিছে কোভিডৰ নাকেৰে শুঙি গ্ৰহণ কৰিব পৰা ভেকচিন।

কোনো শাৰীৰিক কষ্ট নোহোৱাকৈ ল’ব পৰা এই ভেকচিন বিধ প্ৰস্তুত কৰি উলিয়াইছে হংকং বিশ্ববিদ্যালয়ে।

চীনৰ চৰকাৰে ইতিমধ্যে নাকেৰে শুঙি ল’ব পৰা এই ভেকচিন বিধ মানৱ দেহত পৰীক্ষণৰ অনুমতি প্ৰদান কৰিছে।

চীনৰ চৰকাৰী সংবাদপত্ৰ গ্ল’ৱেল টাইমছত প্ৰকাশিত বাতৰি অনুসৰি নাকেৰে শুঙি ল’ব পৰা এই ভেকচিনৰ পৰীক্ষণ আৰম্ভ হ’ব চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা।

প্ৰথমে ১০০ গৰাকী স্বেচ্ছাসেৱকৰ দেহত এই ভেকচিন প্ৰয়োগ কৰি চোৱা হ’ব।

নাকেৰে শুঙি গ্ৰহণ কৰিব পৰা ভেকচিন বিধে ক’ৰ’ণাৰ লগতে ইনফ্লুয়েঞ্জাও প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব বুলি দেশখনৰ বিজ্ঞানী সকলে দাবী কৰিছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd