• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰ জনাঞ্চলত দুষ্প্ৰাপ্য ময়ূৰ চৰাইৰ মুক্ত বিচৰণ : বন বিভাগক অৱগত স্থানীয় ৰাইজৰ

পুলেন দাস by পুলেন দাস
March 6, 2018 7:12 pm
peacock

প্ৰতিনিধিত্বমূলক ছবি।

2.7k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত সংকুচিত বনাঞ্চলে হাতীক লোকালয়লৈ টানি অনাৰ পিছত সচৰাচৰ জনাঞ্চলৰ পৰা আঁতৰত থাকি ভাল পোৱা ময়ূৰ চৰায়ো জনবসতিৰ মাজলৈ অহা ঘটনা এটা দেখা গৈছে। আজি বৰপেটা চহৰৰ জনাঞ্চলত এবিধ দুষ্প্ৰাপ্য ময়ূৰ চৰাই মুক্তভাৱে বিচৰণ কৰি থকা দেখা গ’ল। এই ঘটনাই ৰাইজক আশ্চৰ্যচকিত কৰি তোলে।

বৰপেটা চহৰৰ গান্ধীনগৰস্থিত শ্মশান ঘাটৰ সমীপত আজি পুৱা ১০ মান বজাত প্ৰথমে ময়ূৰ চৰাইটো দেখা পায় কেইটিমান শিশুৱে। শিশুকেইটিয়ে চৰাইটোৰ কাষ চাপি যোৱাত ময়ূৰ চৰাইটোৱে উৰি গৈ ওচৰৰে আন এঠাইত আশ্ৰয় লয়। পিছত কেইগৰাকীমান প্ৰকৃতিপ্ৰেমী যুৱকে ময়ূৰ চৰাইটো ধৰি বন বিভাগক চমজাই দিয়াৰ বাবে চেষ্টা চলায় যদিও দুষ্প্ৰাপ্য ময়ূৰ চৰাইটো ধৰাত ব্যৰ্থ হয়।

কোনো দুষ্ট চক্ৰই যাতে দুষ্প্ৰাপ্য চৰাইটো কোনো হানি-বিঘিনি ঘটাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বন বিভাগক দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সংগঠন ‘আৰ্লি বাৰ্ডছ’ৰ সদস্য সঞ্জয় বৰ্মনৰ লগতে স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে।

ময়ূৰ চৰাইটো মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা ওলাই অহা বুলি সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকসকলে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd