• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ জীয়া ফাঁকি! : কেন্দ্ৰক অৰ্পণ কৰাই নাই অসম চুক্তিৰ ছয় নং দফাৰ উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2020 6:46 pm
Clause-6-Report-750x375-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তিৰ ছয় নং দফাৰ উচ্চ-স্তৰীয় কমিটিৰ প্ৰতিবেদন কেন্দ্ৰক অৰ্পণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ জীয়া ফাঁকি ধৰা পৰিছে সংসদৰ ৰাজ্যসভাৰ মজিয়াত।

ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছিল যে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া উচ্চ-স্তৰীয় কমিটিয়ে আগবঢ়োৱা প্ৰতিবেদন কেন্দ্ৰীয় গৃহ দপ্তৰক অৰ্পণ কৰা হৈছিল।

Apply Now

কিন্তু ৰাজ্যসভাত এগৰাকী সাংসদৰ প্ৰশ্নৰ লিখিত প্ৰশ্নোত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে জনায় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া অসম চুক্তিৰ ছয় নং দফাৰ উচ্চ-স্তৰীয় কমিটিয়ে আগবঢ়োৱা প্ৰতিবেদন এতিয়াও ৰাজ্য চৰকাৰে ‘পৰীক্ষা’ কৰি আছে।

ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে ৰাজ্য চৰকাৰে অসম চুক্তিৰ ছয় নং দফাৰ কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া উচ্চ-স্তৰীয় কমিটিয়ে আগবঢ়োৱা পৰামৰ্শৰ প্ৰতিবেদন কেন্দ্ৰক অৰ্পণ কৰাই নাই।

ইফালে ৰাজ্য চৰকাৰে কিছুদিন পূৰ্বে জনাইছিল যে উচ্চ-স্তৰীয় কমিটিৰ পৰামৰ্শৰ প্ৰতিবেদন ছমাহৰ পূৰ্বে কেন্দ্ৰক অৰ্পণ কৰা হৈছে।

উল্লেখ্য যে ১৯৮৫ চনৰ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে ২০১৯ চনৰ জুলাই মাহতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন উচ্চ-স্তৰীয় কমিটি গঠন কৰি দিছিল।

কমিটিয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছিল। মুখ্যমন্ত্ৰীক প্ৰতিবেদনখন অৰ্পণ কৰাৰ সময়ত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল।

ইয়াৰ পিছতে উচ্চ-স্তৰীয় কমিটিৰ উক্ত প্ৰতিবেদনখনক লৈ ৰাজ্যৰ ৰাজানীতিত বিভিন্ন ধৰণৰ বিতৰ্কৰো সূত্ৰপাত হৈছিল।

বিশেষকৈ ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবেদনখন সংবাদ মাধ্যমৰ যোগে ৰাজহুৱা কৰাৰ পাছতে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যৰ ৰাজনীতিত। ইয়াকে লৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তীৰ্যক মন্তব্য কৰাও পৰিলিক্ষিত হৈছিল।

“অসম চুক্তিৰ ছয় নং দফাৰ গৃহ মন্ত্ৰণালয়ে গঠন কৰা উচ্চ-স্তৰীয় কমিটিয়ে তেওঁলোকৰ প্ৰতিবেদনখন অসম চৰকাৰক অৰ্পণ কৰিছে আৰু ৰাজ্য চৰকাৰে ইয়াৰ পৰামৰ্শসমূহ পৰীক্ষা কৰি আছে।” কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কৃষ্ণ ৰেড্ডিয়ে বুধবাৰে এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত কয়।

ইয়াৰ পিছতেই ছয় নং দফাৰ উচ্চ-স্তৰীয় কমিটিৰ প্ৰতিবেদনকলৈ ৰাজ্য চৰকাৰে লুকাভাকু খেলি থকা ছবিখন স্পষ্ট হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd