• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনত বিয়পিছে নতুন বীজাণু; সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাব বহুজনে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2020 2:47 pm
adt
864
VIEWS
Share on FacebookShare on Twitter

যেন মাৰাত্মক বীজাণুৰ অভিকেন্দ্ৰত পৰিণত হৈছে চীন।

ক’ৰ’ণা ভাইৰাছৰ প্ৰথম সংক্ৰমণ ঘটা চীনত এইবাৰ আতংকৰ সৃষ্টি কৰিছে আন এবিধ বীজাণুৱে।

এই নতুন বীজাণু বিধ এতিয়ালৈকে প্ৰাণ ঘাতক হৈ উঠা নাই  যদিও বীজাণু বিধে আক্ৰান্ত কৰা লোক সকলে চিৰ জীৱনৰ বাবে সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাই পেলাব পাৰে বুলি বিজ্ঞানী সকলে কৈছে।

চীনৰ গানছু প্ৰদেশত বিয়পি পৰা এই নতুন বীজাণু বিধৰ নাম ব্ৰুছেলা।

দৰাচলতে মানুহৰ ভুলৰ বাবেই এই বেক্টেৰিয়া বিধ চীনৰ বৃহৎ অঞ্চলত বিয়পি পৰিছে।

চীনৰ গানছু প্ৰদেশৰ জংমু লানজৌ বায়’ল’জিকেল ফাৰ্মাচিউটিকেল নামৰ প্ৰতিষ্ঠানটোৰ পৰা যোৱা বছৰৰ আগষ্ট মাহত বতাহত বিয়পি পৰিছিল এই বেক্টেৰিয়া।

চীনৰ স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা মতে কেৱল গানছু প্ৰদেশতে এই বেক্টেৰিয়াত আক্ৰান্ত হৈছে ১১,৪০১ গৰাকী লোক।

সমগ্ৰ দেশখনত আক্ৰান্তৰ সংখ্যাই ২৯ হাজাৰৰ ঘৰ পাৰ কৰিছে।

এই বেক্টেৰিয়াত আক্ৰান্ত হোৱা জনে জ্বৰ,কাহ,গাঁঠিৰ বিষ আদিত ভোগাৰ লগতে সন্তান জন্ম দিয়াৰো ক্ষমতা হেৰুৱাই পেলায়।

গৱেষণা প্ৰতিষ্ঠানটোত গৰু,ম’হৰ বাবে ভেকচিন প্ৰস্তুত কৰিবলৈ মজুত কৰা গেছ বতাহত মিহলি হৈ যোৱাৰ পিচতে এনে অথন্তৰ ঘটিছে।

ক’ৰ’ণা ভাইৰাছৰ দৰেই ব্ৰুছেলা বেক্টেৰিয়া বিধো বতাহৰ জৰিয়তে ভাৰত আহি পালে সেয়া হৈ পৰিব আন এক নতুন সমস্যা।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd