• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ সাংসদ ৰিপুন বৰাকে ধৰি ৰাজ্যসভাৰ ৮গৰাকী সাংসদক নিলম্বন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2020 10:40 am
WhatsApp Image 2020-09-21 at 10.05.49 AM

ৰাজ্যসভাত দেওবাৰৰ ঘটনাৰ এক দৃশ্য।

898
VIEWS
Share on FacebookShare on Twitter

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আজি অষ্টম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। ৰাজ্যসভাত দেওবাৰে বিৰোধী সাংসদৰ আক্ৰমণৰ ঘটনাৰ বিষয়টো আজি উত্থাপন কৰা হয়।

ৰাজ্যসভাৰ অধ্যক্ষই সদনত হুলস্থুলৰ সৃষ্টি কৰা সাংসদৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত বিৰোধী দলৰ ৮গৰাকী সাংসদক এসপ্তাহৰ বাবে নিলম্বন কৰা হৈছে।

নিলম্বিত হোৱা সাংসদসকলৰ ভিতৰত আছে ডেৰেক অ’ ব্ৰাইন, সঞ্জয় সিং, ৰিপুন বৰা, নজীৰ হুছেইন, কে কে ৰাগেশ, এ কৰিম, ৰাজীৱ ছাটব আৰু ডোলা সেন।

দেওবাৰৰ ঘটনা সন্দৰ্ভত অধ্যক্ষই কয় যে এয়া ৰাজ্যসভাৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক দিন আছিল। ৰুল বুক দলিয়াই দিয়া হৈছে। এই ঘটনাত মই অতি দুখ পাইছো।

তেওঁ কয় যে উপাধ্যক্ষক ভাবুকি দিয়া হৈছে। তেওঁৰ ওপৰত আপত্তিজনক মন্তব্য কৰা হৈছে।

উল্লেখ্য যে দেওবাৰে দুখন কৃষি বিধেয়কক লৈ ৰাজ্যসভা উত্তপ্ত হৈ পৰিছিল। উপাধ্যক্ষ হৰিবংশ নাৰায়ন সিঙৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত অধ্যক্ষৰ ডেস্কৰ মাইক্ৰ’ফোন কেইগৰাকীমান সাংসদে ভাঙি পেলায়।

উপাধ্যক্ষৰ কাষত থিয় হৈ প্ৰতিবাদ কৰাৰ লগতে কাগজ ফালি পেলোৱাৰ দৃশ্যও কেমেৰাত ধৰা পৰিছিল।

সেই আক্ৰমণৰ সময়ত উপাধ্যক্ষক ৰুল বুক দেখুওৱাৰ চেষ্টা কৰিছিল তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ ব্ৰাইনে।

ইয়াৰ পাছত আপৰ সাংসদ সঞ্জয় সিঙক মাৰ্শ্বালে বাহিৰলৈ উলিয়াই নিয়ে।

দেওবাৰে অধিৱেশন শেষত কমেও ১২ গৰাকী বিৰোধী সাংসদে ৰাজ্যসভাৰ কক্ষত বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ন সিঙৰ বিৰুদ্ধে তেওঁলোকে অনাস্থা প্ৰস্তাৱো আনে।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd