• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগতে যদি এই বেমাৰ হৈছে তেতিয়াহ’লে কৰ’নাৰ সৈতে যুঁজ দিয়াত ই সহায় কৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2020 12:46 pm
WhatsApp Image 2020-09-22 at 12.02.38 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ ওপৰত গৱেষকসকলে নতুন নতুন তথ্য প্ৰকাশ কৰি আহিছে। এক নতুন গৱেষণাক কৰ’না ভাইৰাছ আৰু ডেংগুৰ মাজত সংযোগ বিচাৰি পোৱা গৈছে।

গৱেষণাৰ মতে, যিসকল লোকৰ এবাৰ ডেংগু জ্বৰ হৈ গৈছে, তেওঁলোকৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা  গঢ়ি উঠে যিয়ে কৰ’না ভাইৰাছৰ সৈতে যুঁজাত সহায় কৰে।

Apply Now

ডিউক য়ুনিভৰ্ছিটিৰ অধ্যাপক মিগুৱেল নিকোলিছে কিছুমান ঠাইত ২০১৯-২০২০ত বিয়পা ডেংগু আৰু কৰ’নাৰ মাজৰ সম্বন্ধৰ বিষয়ে জানিবলৈ দিয়ে।

তেওঁ কয় যে যিবোৰ ঠাইত এই বছৰ বা যোৱা বছৰ ডেংগু বিয়পিছিল তাত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ কম হোৱাৰ লগতে খুব ধীৰ গতিৰে বিয়পিছে।

গৱেষণাত কোৱা হৈছে,’’ডেংগুৰ ফ্লেবি ভাইৰাছ ছেৰ’টাইপ আৰু SARS-CoV-2ৰ মাজত এক গোপন সম্পৰ্ক আছে। ডেংগু ভাইৰাছৰ এন্টিবডি কৰ’না ভাইৰাছৰ ওপৰত কাম কৰে। যদি এইটো প্ৰমানিত হয় তেতিয়াহ’লে কোৱা হৈছে যে ডেংগু সংক্ৰমণ বা পুনৰ ডেংগুৰ এক সুৰক্ষিত তথা প্ৰভাৱশালী ভেকচিনে কৰ’না ভাইৰাছৰ বিৰুদ্ধে বহুখিনি সুৰক্ষা দিব পাৰে।‘’

নিকোলিছে জানিবলৈ দিয়া এক গুৰুত্বপূৰ্ণ তথ্য মতে  বিগত কেইবাটাও অধ্যয়নত এই কথা পোহৰলৈ আহিছে যে যাৰ তেজত ডেংগুৰ এন্টিবডি পোৱা গৈছে, কৰ’না ভাইৰাছ সংক্ৰমিত নোহোৱাৰ পাছতো টেষ্টত তেওঁলোকৰ ভুলকৈ পজিটিভ আহি গৈছে।

তেওঁ কয়,’’এইটোৱে বুজায় যে দুয়োটা ভাইৰাছৰ মাজত এক প্ৰতিৰোধমূলক সম্পৰ্কও থাকিব পাৰে। দুয়োটা ভাইৰাছ এটাৰ পৰা আনটো সম্পূৰ্ণ ভিন্ন হোৱা বাবে যিটো কোনোৱে আশা কৰা নাছিল।‘’

নিকোলিছে এই ভাইৰাছ দুটাৰ মাজৰ সম্পৰ্কৰ বিষয়ত আৰু অধিক অধ্যয়নৰ প্ৰয়োজন আছে। নিকোলিছে চলোৱা অধ্যয়ন এতিয়াও প্ৰকাশ পোৱা নাই যদিও MedRxiv প্ৰি প্ৰিন্ট চাৰ্ভাৰত ইয়াৰ সমীক্ষাৰ বাবে দিয়া হৈছে।

অধ্যয়নত ব্ৰাজিলৰ কিছুমান অঞ্চলত কমকৈ বিয়পা কৰ’না ভাইৰাছ আৰু ডেংগুৰ বাবে শৰীৰত সৃষ্টি হোৱা এন্টবডিৰ মাজত এক গুৰুত্বপূৰ্ণ সম্বন্ধ বিচাৰি পোৱা গৈছে।

আনহাতে, ব্ৰাজিলৰ কিছুমান অঞ্চলত কৰ’না ভাইৰাছৰ বহুত বেছি আক্ৰান্তৰ সংখ্যা পোৱা গৈছিল।

যোৱা বছৰ আৰু এই বছৰৰ আৰম্ভণিত ব্ৰাজিলৰ কিছুমান অঞ্চল ডেংগুৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত হৈছিল। ব্ৰাজিলৰ আন অংশৰ তুলনাত ইয়াত এই অংশ গোষ্ঠী সংক্ৰমণ বিয়পাত বহুত সময় লাগিছিল।

গৱেষকসকলে ডেংগুৰ ঘটনা আৰু কোভিড-১৯ৰ ধীৰ গতিৰ সংক্ৰমণৰ মাজত এক শক্তিশালী সম্পৰ্ক বিচাৰি পাইছে।

নিকোলিছে কয় যে বিজ্ঞান এনেকুৱাই হয়, আপুনি কোনো বিষয়ৰ সন্ধান কৰে আৰু আপুনি কেতিয়াও কল্পনা নকৰা আন কোনো বিষয়ৰ মুখামুখি হৈ পৰে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd