• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰা ছাত্ৰক চাৰিচকীয়া বাহন উপহাৰ দিলে ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2020 4:44 pm
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

5.8k
VIEWS
Share on FacebookShare on Twitter

ঝাৰখণ্ড একাডেমীক কাউঞ্চিলে অনুষ্ঠিত কৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থানপ্ৰাপ্ত ছাত্ৰ দুগৰাকীক বুধবাৰে চাৰিচকীয়া বাহন উপহাৰ হিচাপে প্ৰদান কৰে ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰী জগৰনাথ মাহতোই।

ঝাৰখণ্ড একাডেমীক কাউঞ্চিলে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ দিনাখন শিক্ষা মন্ত্ৰী গৰাকীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী দুগৰাকীক চাৰিচকীয়া বাহন উপহাৰ হিচাপে দিব বুলি ঘোষণা কৰিছিল।

উক্ত ঘোষণাৰ অংশস্বৰূপে আজি শিক্ষা মন্ত্ৰী গৰাকীয়ে দুয়োটা পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ দুগৰাকীক এখনকৈ এল্টো বাহন উপহাৰ হিচাপে আগবঢ়ায়।

ঝাৰখণ্ড একাডেমীক কাউঞ্চিলে অনুষ্ঠিত কৰা চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অমিত কুমাৰে ৯১.৪ শতাংশ নম্বৰেৰে প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে দশম শ্ৰেণীৰ পৰীক্ষাত মনিষ কুমাৰ কাতিয়াৰে ৯৮ শতাংশ নম্বৰেৰে প্ৰথম স্থান অধিকাৰ কৰে।

আনহাতে, দুয়োগৰাকী ছাত্ৰই পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰাৰ পাছত চাৰিচকীয়া বাহন লাভ কৰি উৎফুল্লিত হৈ পৰিছে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd