• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰোহিত-বুমৰাহৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে আইপিএলত কলকাতাক ৪৯ ৰাণত পৰাজিত কৰিলে মুম্বাইয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2020 10:39 am
119998587_647872759466572_1648239123338705919_n
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিটমেন ৰোহিত শৰ্মাৰ দুৰ্দান্ত বেটিং আৰু মুম্বাইৰ বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত আত্মসমৰ্পন কৰিবলৈ বাধ্য হয় কলকাতা নাইট ৰাইডাৰ্ছ।

ডুবাইত বুধবাৰে খেলোৱা আইপিএলৰ মেচখনত ১৯৬ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ খেলপথাৰত নামি নাইট ৰাইডাৰ্ছে নিৰ্দ্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১৪৬ ৰাণহে কৰিবলৈ সক্ষম হয়।

Apply Now

এইদৰে মেচখনত কলকাতা নাইট ৰাইডাৰ্ছ মুম্বাই ইণ্ডিয়ানছৰ হাতত ৪৯ৰাণত পৰাস্ত হয়।

দীনেশ কাৰ্তিক নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমতে ফিল্ডিঙৰ সিদ্ধান্ত লয়। দলৰ তৰণ পেচাৰ শিবম মাভিয়ে দ্বিতীয় অ’ভাৰতে কুইন্টন ডি’ককক আউট কৰে যদিও সেয়া পৰ্যাপ্ত নাছিল।

হিটমেন ৰোহিত শৰ্মাই  সূৰ্যকুমাৰ যাদৱক সংগী কৰি লৈ দলক মজবুত স্থিতিত উপনীত কৰায়। তিনি নম্বৰত বেটিং কৰিবলৈ অহা যাবৱে ৪৭ৰাণ কৰি ৰাণ আউট হৈ পেভলিয়নলৈ ওভতে।

ৰোহিত আৰু যাদৱৰ যুটীয়ে ৯০ৰাণৰ বৰঙণি আগবঢ়ায়। মুম্বাইৰ ইনিংছ ৰোহিতৰ বেটিঙে উজলাই তোলে। কামিন্সৰ এটা অ’ভাৰত দুটা ছয় মৰা ৰোহিতে ৰাছেল, নাৰাইনকে ধৰি কোনো বলাৰকে ৰেহাই নিদিলে।

শিৱম মাভিৰ বলত আউট হৈ পেভলিয়নলৈ ওভতা ৰোহিতে ৫৩টা বলত ৮০ৰাণ কৰে। ৰোহিতে তেওঁৰ ইনিংছটোত তিনিটা চাৰি আৰু ছয়টা ছয় কোবায়। তদুপৰি, টুৰ্ণামেন্টত ২০০টা ছয় মৰাৰ অভিলেখো গঢ়ে ৰোহিতে।

অৱশেষত নিৰ্দ্ধাৰিত ২০ অ’ভাৰত পাঁচ উইকেট হেৰুৱাই ১৯৫ৰাণত মুম্বাইৰ ইনিংছ সামৰণি পৰে। কলকাতাৰ হৈ মাভিয়ে দুটা আৰু নাৰাইন আৰু ৰাছেলে এটাকৈ উইকেট লাভ কৰে।

ইপিনে, বেটিং কৰিবলৈ নামি কলকাতাই আৰম্ভণিতে দুটাকৈ উইকেট হেৰুৱাই চাপত পৰে দলটো। দলৰ হৈ অধিনায়ক দীনেশ কাৰ্তিকে ৩০ৰাণ কৰাৰ উপৰি কামিন্সে ৩৩ৰাণ আৰু নীতিশ ৰানাই ২৪ৰাণ কৰে।

বাকী তাৰকা বেটছমেন আন্দ্ৰে ৰাছেল, মৰ্গান আদি সকলো ৰাণ কৰাত ব্যৰ্থ হয়। খেলৰ শেষৰ পিনে কামিন্সে ১২টা বলত এটা চাৰি আৰু চাৰিটা ছয় কোবাই ৩৩ৰাণ কৰে যদিও দলৰ  জয়ৰ বাবে সেয়া পৰ্যাপ্ত নাছিল।

অৱশে,ত ২০ অ’ভাৰত ৯টা উইকেটৰ বিনিময়ত ১৪৬ ৰাণ কৰিয়েই কলকাতা নাইটাৰ্ছ থমকি ৰয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd