• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষি বিধেয়ক বিৰোধিতাৰে ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়ালে অনুসূচিত জাতি ছাত্ৰ সন্থাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2020 8:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“নাঙল যাৰ মাটি তাৰ।” ভাৰতবৰ্ষৰ কৃষি খণ্ড পুঁজিপতি গোষ্ঠীৰ হাতত গটাই দিয়া কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।

সন্থাৰ সভাপতি পৰমানন্দ দাস আৰু সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে কৃষক সকলক ভাতে মৰাৰ চেষ্টা কৰিছে। ভাৰতৰ কৃষকসকলক হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

প্ৰকৃততে বৰ্তমানৰ চৰকাৰখনে পূজিপতিৰ স্বাৰ্থত কাম কৰিছে। সাধাৰণ জনতা তথা কৃষকসকলৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰখনৰ কোনোধৰণ সদিচ্ছা নাই।

চৰকাৰখনে শেহতীয়াকৈ যি কৃষি বিধেয়ক উপস্থাপন কৰিছে, সেই বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।

ইয়াৰ লগতে অহা কালিলৈ অৰ্থাৎ ২৫ ছেপ্টেম্বৰ ২০২০ তাৰিখে সমগ্ৰ দেশতে এই বিধেয়কৰ বিৰুদ্ধে যি আন্দোলন তথা ভাৰত বন্ধ কাৰ্য্যসূচী ঘোষণা কৰা হৈছে, উক্ত ভাৰত বন্ধ কাৰ্য্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে  সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

September 5, 2025 8:06 pm
মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

September 5, 2025 7:07 pm
শিক্ষক দিৱসৰ দিনাই গুৱাহাটীত ৯ হাজাৰ টিউটৰৰ প্ৰতিবাদ : দৰমহা বৃদ্ধি, শিক্ষকৰ মৰ্যাদাৰ দাবী

শিক্ষক দিৱসৰ দিনাই গুৱাহাটীত ৯ হাজাৰ টিউটৰৰ প্ৰতিবাদ : দৰমহা বৃদ্ধি, শিক্ষকৰ মৰ্যাদাৰ দাবী

September 5, 2025 6:12 pm
‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

September 5, 2025 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

September 5, 2025 8:06 pm
মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

September 5, 2025 7:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd