• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ভাৰত বন্ধ: কৃষি বিধেয়কৰ প্ৰতিবাদত কৃষক সংগঠনে আহ্বান জনোৱা বন্ধলৈ কংগ্ৰেছৰো সমৰ্থন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2020 7:00 am
Untitled-design-1

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৃষকৰ স্বাৰ্থৰ পৰিপন্থী আইন জাপি দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে  প্ৰতিবাদ জনাই দেশৰ কেইবাটাও কৃষক সংগঠনে সন্মিলিতভাৱে শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বান দিছে।

প্ৰকৃততে, কৃষি বিধেয়কৰ প্ৰতিবাদত এই ভাৰত বন্ধৰ আহ্বান দিয়া হৈছে। দেশৰ একাধিক কৃষক সংগঠনে এই বন্ধৰ আহ্বান দিছে আৰু আজি বিশেষকৈ পঞ্জাৱত এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।

কৃষক সংগঠনসমূহৰ এই ভাৰত বন্ধৰ প্ৰতি দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও সমৰ্থন আগবঢ়াইছে।

অল ইণ্ডিয়া ফাৰ্মাৰ্ছ য়ুনিয়ন, অল ইণ্ডিয়া কিষাণ সংঘৰ্ষ কো-অৰ্ডিনেশ্যন কমিটি, অল ইণ্ডিয়া কিষাণ মহাসংঘই সন্মিলিতভাৱে এই বন্ধৰ আহ্বান জনাইছে।

ইপিনে, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডুৰ কৃষকসকলে বন্ধৰ সমৰ্থনত আগবাঢ়ি অহাৰ সময়ত ওলা চালকৰ পৰা ট্ৰাক ড্ৰাইভাৰসকলৰ সংগঠনেও তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।

কৃষি বিধেয়কৰ বিৰুদ্ধে দুমাহ ধৰি বিশাল প্ৰতিবাদৰে ৰাজপথলৈ ওলাই আহিবলৈ সাজু হৈছে কংগ্ৰেছ। তেওঁলোকে আজিৰে পৰাই সেই অভিযান আৰম্ভ কৰিছে।

দেশৰ ২কোটি কৃষকৰ স্বাক্ষৰ সম্বলিত প্ৰতিবাদ পত্ৰ ইতিমধ্যে কংগ্ৰেছৰ হাইকমাণ্ডৰ হাতত অৰ্পণ কৰা হৈছে। ইয়াৰ পাছতে তেওঁলোকে প্ৰতিবাদত নামিবলৈ সাজু হৈছে।

আজিৰ ভাৰত বন্ধলৈ অসমৰো কেইবাটাও সংগঠনে সমৰ্থন আগবঢ়াইছে। অসমত এই বন্ধ সফল কৰি তুলিবলৈ আঞ্চলিক গণ মৰ্চাই আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপক লৈ নতুন বিতৰ্ক…

ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপক লৈ নতুন বিতৰ্ক…

September 4, 2025 11:58 am
ট্ৰাম্পৰ শুল্ক জোকাৰণি চম্ভালি ল’লে জিএছটি-এ, শ্বেয়াৰ বজাৰত আশাৰ বতৰা

ট্ৰাম্পৰ শুল্ক জোকাৰণি চম্ভালি ল’লে জিএছটি-এ, শ্বেয়াৰ বজাৰত আশাৰ বতৰা

September 4, 2025 11:50 am
ট্ৰাম্পৰ শুল্ক নে বিহাৰৰ ভোট! ৮ বছৰ পিছত হঠাতে কিয় সাৰ পাই উঠিল বিজেপি, কটাক্ষ বিৰধীৰ

ট্ৰাম্পৰ শুল্ক নে বিহাৰৰ ভোট! ৮ বছৰ পিছত হঠাতে কিয় সাৰ পাই উঠিল বিজেপি, কটাক্ষ বিৰধীৰ

September 4, 2025 11:08 am
অসম চুক্তিত মোক্ষম আঘাত! CAAৰ ম্যাদ বৃদ্ধিকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া বিৰোধীৰ

অসম চুক্তিত মোক্ষম আঘাত! CAAৰ ম্যাদ বৃদ্ধিকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া বিৰোধীৰ

September 4, 2025 10:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপক লৈ নতুন বিতৰ্ক…

ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপক লৈ নতুন বিতৰ্ক…

September 4, 2025 11:58 am
ট্ৰাম্পৰ শুল্ক জোকাৰণি চম্ভালি ল’লে জিএছটি-এ, শ্বেয়াৰ বজাৰত আশাৰ বতৰা

ট্ৰাম্পৰ শুল্ক জোকাৰণি চম্ভালি ল’লে জিএছটি-এ, শ্বেয়াৰ বজাৰত আশাৰ বতৰা

September 4, 2025 11:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd