• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতে গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 25, 2020 12:24 pm
HImu Himu

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

1.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অপ্ৰতিৰোধ্য কৰ’নাৰ সংক্ৰমণ। তাৰ মাজতে কোৱাৰেন্টাইনৰ নিয়মক লৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

তেওঁ সংবাদমেলত জনোৱা অনুসৰি বিমান বন্দৰত যাত্ৰীসকলে কেইবাখনো প্ৰ-পত্ৰ পূৰণ কৰিব লাগে যাৰ ফলত বিমান বন্দৰত যথেষ্ট সমাগম হয়। সেয়েহে vigitassam.org এপ এটা আৰম্ভ কৰা হৈছে। বিমান বন্দৰৰ যিখিনি ফৰ্ম পূৰণ কৰিব লাগে সেইখিনি এই এপৰ মাধ্যমৰে পূৰণ কৰিব পাৰিব। মাথোঁ বিমান বন্দৰত সেই প্ৰ-পত্ৰ দেখুৱালেই হয়।

বিমানৰে অসমলৈ অহাৰ পাছত ১০ দিনৰ হোম কোৱাৰেন্টাইন প্ৰত্যাহাৰ কৰা হৈছে বুলি তেওঁ সংবাদমেলত ঘোষণা কৰে।

তেওঁ উল্লেখ কৰা অনুসৰি ‘বিমান বন্দৰত অৱতৰণ কৰাৰ লগে লগে এন্টিজেন টেষ্ট আৰু আৰ.টি.পিছিআৰ টেষ্ট কৰোৱা হ’ব। যদি ২২০০ টকা যাত্ৰীগৰাকীয়ে বহন কৰে তেন্তে তেওঁ ২৪ ঘন্টাৰ ভিতৰত ৰিজাল্ট পাই যাব। ৰিজাল্ট নিগেটিভ হোৱাৰ লগে লগে তেওঁৰ কোৱাৰেন্টাইন শেষ হৈ যাব।‘

অৱশ্যে যদি ২২০০ টকা দি আৰটিপিছিআৰ টেষ্ট নকৰালে ৰিজাল্ট নহা পৰ্য্যন্ত হোম কোৱাৰেন্টাইনত থাকিব লাগিব।  বিনামূলীয়াকৈ কৰা আৰটি পিচিআৰ পৰীক্ষাৰ ফলাফলৰ বাবে ৩-৫ দিন লাগিব বুলি তেওঁ জনায়।

ইয়াৰোপৰি, ক’ৰ’নাত আক্ৰান্ত হৈ যদি আৰোগ্য লাভ কৰে তেনে যাত্ৰীসকলে কোনোধৰণৰ টেষ্ট কৰাব নালাগে বুলিও তেওঁ সংবাদমেলত কয়। অৱশ্যে, তেওঁলোকে চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰা প্ৰমাণ পত্ৰ বিমানবন্দৰত প্ৰদৰ্শন কৰিব লাগিব বুলি তেওঁ জনায়।

ৰে’লৰ ক্ষেত্ৰতো উপৰোক্ত নিয়মখিনিয়েই প্ৰযোজ্য হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

Tags: COVID-19

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd