• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইপিএলত পৃথ্বী-ৰাবাডাৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে দিল্লীয়ে ৪৪ৰাণত পৰাজিত কৰিলে ধোনী বাহিনীক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2020 7:51 am
648860
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী কেপিটেলছে তেওঁলোকৰ দলবদ্ধ প্ৰদৰ্শনৰ ফলত চলিত আইপিএলত দ্বিতীয়টো বিজয় সাৱ্যস্ত কৰিলে।

কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক মেচখনত ছুপাৰ অ’ভাৰত বিজয় সাৱ্যস্ত কৰা দিল্লীয়ে দ্বিতীয়খন মেচত  চেন্নাই ছুপাৰ কিংছক ৪৪ৰাণত পৰাজিত কৰে।

Apply Now

দিল্লীৰ কেইবাগৰাকীও তাৰকা খেলুৱৈয়ে দিল্লীৰ এই বিজয়ত বৰঙণি যোগায়। কিন্তু বেটিঙত পৃথ্বি শ্ব আৰু বলিঙত কাগিছো ৰাবাডাই বিশেষ কৃতিত্ব লাভৰ যোগ্য।

দলৰ ভেটি মজবুত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰে পৃথ্বীয়ে। আনহাতে, শিখৰ ধাৱান, ঋষভ পন্ট, শ্ৰেয়াস আয়াৰৰ দৰে খেলুৱৈয়ে যথাযথ প্ৰদৰ্শন আগবঢ়ায়।

ইপিনে, ৰাবাডাই নেতৃত্ব দিয়া দিল্লীৰ বলিং বিভাগত ৰাবাডাৰ উপৰি অক্ষৰ পেটেল, এনৰিছ, অমিত মিশ্ৰই তেওঁলোকৰ প্ৰদৰ্শন যথাযোগ্যভাৱে দাঙি ধৰে। অৱশ্যে, আৱেশ খান কিছু খৰচী বিবেচিত হয়।

টছত জিকি প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে নিৰ্দ্ধাৰিত ২০ অ’ভাৰত ৩ উইকেটৰ বিনিময়ত ১৭৫ৰাণ কৰে।

দলৰ হৈ পৃথ্বী শ্বই ৬৪ৰাণ, শিখৰ ধাৱানে ৩৫ৰাণ আৰু শ্ৰেয়াস আয়াৰে ২৬ৰাণৰ বৰঙণি আগবঢ়ায়। আনহাতে ঋষভ পন্টে ৩৭ৰাণ আৰু ষ্টাইনিছে ৫ৰাণ কৰি অপৰাজিত হৈ ৰয়।

চেন্নাইৰ হৈ পীযুষ চাওলাই ৩৩ৰাণ দি ২টা উইকেট দখল কৰে। ছাম কাৰানে ২৭ৰাণত এটা উইকেট লাভ কৰে।

আনহাতে, বেট কৰিবলৈ নামি চেন্নাই ২০ অ’ভাৰত ৭ উইকেটৰ বিনিময়ত ১৩১ৰাণহে কৰিবলৈ সক্ষম হয়। দলৰ হৈ ডুপ্লেছিয়ে সৰ্বাধিক ৪৩ৰাণ কৰে।

আন বেটছমেনসকলৰ ভিতৰত কেডাৰ যাদবে ২৬ৰাণ, ধোনীয়ে ১৫ৰাণ, ৱাটছনে ১৪ৰৰাণ, ৰবীন্দ্ৰ জাডেজাই ১২ আৰু মুৰলী বিজয়ে ১০ ৰাণ কৰে।

দিল্লীৰ হৈ ৰাবাডাই ২৬ৰাণৰ বিনিময়ত ডুপ্লেছি, ধোনী আৰু জাডেজাৰ মূল্যবান উইকেট তিনিটা দখল কৰে। এনৰিছে দুটা আৰু অক্ষৰ পেটেলে এটা উইকেট দখল কৰে।

পৃথ্বী শ্বক মেন অফ দ্য মেচৰ সন্মান আগবঢ়োৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd