• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিএমচিএইচত অখিলৰ বিস্ফোৰণ: আৰক্ষীৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত চিবিআইক দিয়াৰ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 26, 2020 12:14 pm
WhatsApp Image 2020-09-26 at 11.33.44 AM

জিএমচিএইচৰ চৌহদত কৃষক নেতা অখিল গগৈ। ফটো: নৰ্থইষ্ট নাও

347
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে জিএমচিএইচৰ চৌহদত কৃষক নেতা অখিল গগৈয়ে একপ্ৰকাৰ বিস্ফোৰণ ঘটাই আৰক্ষীৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত মুখ খোলে।

কৃষক নেতা গগৈয়ে কয় যে আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্ত চিআইডিয়ে কৰিব নোৱাৰে।

তেওঁ এই তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰ দাবী তোলে।

মধ্যপ্ৰদেশৰ ব্যাপম কেলেংকাৰিতকৈও আৰক্ষীৰ নিযুক্তি কেলেংকাৰিক ভয়াবহ বুলি আখ্যা দিয়ে অখিল গগৈয়ে।

অসমৰ মুখ্য মন্ত্ৰী সোণোৱালক অপদাৰ্থ মুখ্য মন্ত্ৰী বুলি আখ্যা দি অখিলে সোণোৱালক গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰো দাবী উত্থাপন কৰে।

আনহাতে, ৰাজনৈতিক দল সন্দৰ্ভতো মন্তব্য কৰে অখিল গগৈয়ে।

সকলোকে একত্ৰিত হৈ এটা দল খুলিবলৈ আহ্বান জনাই কৃষক নেতাগৰাকীয়ে ইয়াৰ অনথ্যা বিজেপি-আৰ এছ এছক প্ৰতিহত কৰিব নোৱাৰিব বুলি মন্তব্য কৰে।

তেওঁ এক দল, এক পতাকা, এক প্ৰতীকৰ তলত সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনায়।

ইপিনে, কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আইন সন্দৰ্ভতো মন্তব্য কৰি অখিলে কয় যে চৰকাৰে কৃষকসকলক কোম্পানীৰ ওচৰত বিক্ৰী কৰি দিব বিচাৰিছে। সেয়েহে, সকলোৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে।

তদুপৰি, তেওঁ লকডাউনৰ ক্ষতিপূৰণো দাবী কৰি কয় যে লকডাউনৰ যদি ক্ষতিপূৰণ দিয়া নহয় তেতিয়াহ’লে অসমীয়া মানুহ নাবাচে।

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd