• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিএমচিএইচত অখিলৰ বিস্ফোৰণ: আৰক্ষীৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত চিবিআইক দিয়াৰ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 26, 2020 12:14 pm
WhatsApp Image 2020-09-26 at 11.33.44 AM

জিএমচিএইচৰ চৌহদত কৃষক নেতা অখিল গগৈ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে জিএমচিএইচৰ চৌহদত কৃষক নেতা অখিল গগৈয়ে একপ্ৰকাৰ বিস্ফোৰণ ঘটাই আৰক্ষীৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত মুখ খোলে।

কৃষক নেতা গগৈয়ে কয় যে আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্ত চিআইডিয়ে কৰিব নোৱাৰে।

Apply Now

তেওঁ এই তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰ দাবী তোলে।

মধ্যপ্ৰদেশৰ ব্যাপম কেলেংকাৰিতকৈও আৰক্ষীৰ নিযুক্তি কেলেংকাৰিক ভয়াবহ বুলি আখ্যা দিয়ে অখিল গগৈয়ে।

অসমৰ মুখ্য মন্ত্ৰী সোণোৱালক অপদাৰ্থ মুখ্য মন্ত্ৰী বুলি আখ্যা দি অখিলে সোণোৱালক গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰো দাবী উত্থাপন কৰে।

আনহাতে, ৰাজনৈতিক দল সন্দৰ্ভতো মন্তব্য কৰে অখিল গগৈয়ে।

সকলোকে একত্ৰিত হৈ এটা দল খুলিবলৈ আহ্বান জনাই কৃষক নেতাগৰাকীয়ে ইয়াৰ অনথ্যা বিজেপি-আৰ এছ এছক প্ৰতিহত কৰিব নোৱাৰিব বুলি মন্তব্য কৰে।

তেওঁ এক দল, এক পতাকা, এক প্ৰতীকৰ তলত সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনায়।

ইপিনে, কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আইন সন্দৰ্ভতো মন্তব্য কৰি অখিলে কয় যে চৰকাৰে কৃষকসকলক কোম্পানীৰ ওচৰত বিক্ৰী কৰি দিব বিচাৰিছে। সেয়েহে, সকলোৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে।

তদুপৰি, তেওঁ লকডাউনৰ ক্ষতিপূৰণো দাবী কৰি কয় যে লকডাউনৰ যদি ক্ষতিপূৰণ দিয়া নহয় তেতিয়াহ’লে অসমীয়া মানুহ নাবাচে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 20, 2026 11:37 am
মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

June 20, 2026 10:55 am
চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 20, 2026 11:37 am
মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd