• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ নিৰ্ভয়া কাণ্ড! চলন্ত বাছত মহিলাক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই গণধৰ্ষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2020 12:32 pm
156880-upfb

প্ৰতিনিধিত্বমূলক ফটো।

383
VIEWS
Share on FacebookShare on Twitter

পুনৰ দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ দৰে এক গণধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ মীৰাটত সংঘটিত হৈছে এই জঘন্য ঘটনা।

অভিযোগ অনুসৰি চলন্ত বাছত এগৰাকী মহিলাক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই ডাইভাৰ আৰু কণ্ডাক্টৰে গোটেই নিশা ধৰ্ষণ কৰে।

ধৰ্ষণ কৰাৰ পাছত অভিযুক্তই মহিলাগৰাকীক দিল্লীমুখী পথৰ মেৱলা ফ্লাই অ’ভাৰৰ ওচৰত পেলাই থৈ যায়।

মহিলাগৰাকীক জিলা হাস্পাতলত ভৰ্তি কৰোৱা হৈছে আৰু আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

ৰাজ্যখনৰ মিৰ্জাপুৰৰ বাসিন্দা মহিলাগৰাকীৰ পাঁচ বছৰ পূৰ্বে মীৰাটৰ চৰধনা অঞ্চলৰ এগৰাকী লোকৰ সৈতে বিয়া হৈছেল।

শুকুৰবাৰে নিশা স্বামীৰ সৈতে কাজিয়া হোৱাৰ পাছত মহিলাগৰাকীয়ে বৈশালী বাছ ষ্টেশ্যনলৈ আহে। তাত প্ৰয়াগৰাজলৈ যাবলৈ কানপুৰ ৰ’ডৱেজ বাছত উঠে।

মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে বাছখনত তেওঁৱেই একমাত্ৰ যাত্ৰী আছিল। বাছখন চলাৰ পাছতে কণ্ডাক্টৰে তেওঁক ক’ল্ডড্ৰিংক খাবলৈ দিয়ে। ইয়াৰ পাছতে তেওঁ সংজ্ঞাহীন হৈ পৰে।

অভিযোগ অনুসৰি চলন্ত বাছৰ ভিতৰতে ড্ৰাইভাৰ-কণ্ডাক্টৰে মহিলাগৰাকীক বলাৎকাৰ কৰে। শনিবাৰে মহিলাগৰাকীক দিল্লীমুখী পথৰ মেৱলা ফ্লাই অ’ভাৰৰ ওচৰৰ গোশালাৰ বাহিৰত পেলাই থৈ যায়।

শনিবাৰে পুৱা প্ৰায় ৮বজাত আৰক্ষীয়ে খৱৰটো লাভ কৰে আৰু এম্বুলেন্সেৰে মহিলাগৰাকীক নি হাস্পাতলত ভৰ্তি কৰায়।

মহিলাগৰাকীয়ে চিকিৎসকৰ আগত সম্পূৰ্ণ ঘটনা বৰ্ণনা কৰাৰ পাছত আৰক্ষীয়ে আহি তেওঁৰ ভাষ্য গ্ৰহণ কৰে।

মীৰাট আৰক্ষীয়ে ঘটনাটোৰ তদন্ত চলাই আছে আৰু শীঘ্ৰেই অপৰাধীক কৰায়ত্ত কৰিব বুলি সদৰী কৰে।

Recent News

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd