• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এমনেষ্টি ইন্টাৰনেশ্যনেলে ভাৰতত বন্ধ কৰিলে কামকাজ; চৰকাৰে বন্ধ কৰি দিছে একাউন্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2020 12:44 pm
Amnesty-Interntaional-646x375

এমনেষ্টি ইন্টাৰনেশ্যনেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্ত:ৰাষ্ট্ৰীয় মানৱাধিকাৰ সংগঠন এমনেষ্টি ইন্টাৰনেশ্যনেলে ভাৰতত ইয়াৰ কামকাজ বন্ধ কৰিছে।

সংস্থাটোৱে অভিযোগ কৰা মতে যোৱা ১০ছেপ্টেম্বৰত ভাৰত চৰকাৰে সংস্থাটোৰ সকলো একাউন্ট বন্ধ কৰি দিছে।

ইয়াৰ পাছতে সংস্থাটোৱে ইয়াৰ অধিকসংখ্যক কৰ্মচাৰীক উলিয়াই দিবলগীয়া হয়।

বাতৰি অনুসৰি, এমনেষ্টি ইন্টাৰনেশ্যনেল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক অবিনাশ কুমাৰে কয় যে বিগত দুবছৰ ধৰি সংস্থাটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে আৰু বেংক একাউন্ট বন্ধ কৰাটো কোনো আকস্মিক ঘটনা নহয়।

এনফৰ্চমেন্ট ডাইৰক্টেৰটকে ধৰি চৰকাৰী সংস্থাসমূহে ধাৰাবাহিক নিৰ্যাতন চলোৱাৰো অভিযোগ তোলে কুমাৰে।

তেওঁলোকে দিল্লীৰ হিংসা আৰু জম্মু-কাশ্মীৰৰ পৰিস্থিতিক লৈ মাত মতাৰ পাছতে চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা বুলি তেওঁ অভিযোগ কৰে।

এমনেষ্টি ইন্টাৰনেশ্যনেল ইণ্ডিয়াই কয় যে তেওঁলোকে সকলো ভাৰতীয় তথা আন্ত:ৰাষ্ট্ৰীয় আইন পালন কৰি আহিছে।

ভাৰতত মানৱ অধিকাৰৰ কামকাজৰ বাবে সংস্থাটোৱে স্থানীয়ভাৱে ধন সংগ্ৰহৰ এক মডেলৰ দ্বাৰা পৰিচালিত হৈছিল।

বিগত আঠ বছৰত চাৰি মিলিয়ন ভাৰতীয়ই সংস্থাটোৰ কামকাজক সমৰ্থন কৰা বুলি দাবী কৰাৰ লগতে প্ৰায় ১লাখ লোকে বিত্তীয় সাহায্য আগবঢ়োৱা বুলি জানিবলৈ দিয়ে সংস্থাটোৱে।

এই বিত্তীয় সংগ্ৰহৰ বিদেশী পুঁজি বিনিয়োগ অধিনিয়ম ২০১০ৰ সৈতে কোনো সম্পৰ্ক থাকিব নোৱাৰে বুলি উল্লেখ কৰি কাৰ্যবাহী সঞ্চালকগৰাকীয়ে কয় যে ভাৰত চৰকাৰে ইয়াক অবৈধ ধনৰ লেনদেনৰ ঘটনা বুলি কৈছে।

তেওঁ লগতে কয় যে এইটোৱে এমনেষ্টি ইন্টাৰনেশ্যনেল ইণ্ডিয়া আৰু আন সৰৱ মানৱ অধিকাৰ সংগঠন, কৰ্মী তথা মানৱ অধিকাৰ ৰক্ষাৰ লোকৰ বিৰুদ্ধে দমনমূলক নীতিকে প্ৰতিফলিত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd