• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

এই আক্ৰমণত নিহত তিনিজন ছাত্ৰৰ বয়স ক্ৰমে ৫, ৮ আৰু ১১ বছৰ। তদুপৰি এজন ৭ বছৰীয়া শিশু আৰু এগৰাকী ৫৪ বছৰীয়া শিক্ষক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2026 8:56 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ আমেৰিকাৰ এখন স্কুলত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এই গুলীচালনাত কমেও চাৰিজন লোক নিহত হৈছে। আমেৰিকাৰ অৰেগন প্ৰদেশৰ এখন স্কুলত সংঘটিত আক্ৰমণত নিহত হোৱাসকলৰ ভিতৰত তিনিজন স্কুলীয়া ছাত্ৰ। আৰক্ষীয়ে কয় যে পিছত সন্দেহজনক আক্ৰমণকাৰীৰো মৃত্যু হৈছে। এই আক্ৰমণকাৰীজনো এজন নাবালক।

বৃহস্পতিবাৰে অৰেগনৰ বেণ্ড অঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই মাৰাত্মক আক্ৰমণ। বেণ্ড আৰক্ষী বিষয়া মাইক ক্ৰাণ্টজে জনোৱা মতে, ছিলভাৰ ৰেল প্ৰাথমিক বিদ্যালয়ত সংঘটিত হোৱা এই আক্ৰমণত এজন শিক্ষকৰ উপৰিও তিনিজন নাবালকৰ মৃত্যু হয়। এই আক্ৰমণত নিহত তিনিজন ছাত্ৰৰ বয়স ক্ৰমে ৫, ৮ আৰু ১১ বছৰ। তদুপৰি এজন ৭ বছৰীয়া শিশু আৰু এগৰাকী ৫৪ বছৰীয়া শিক্ষক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ১৬ বছৰীয়া নাবালক এজনে বিদ্যালয়ত প্ৰৱেশ কৰি আক্ৰমণ কৰে। ঘটনাস্থলীত উপস্থিত থকা এজন ব্যক্তিৰ গুলীত নিহত হয় সন্দেহযুক্ত আক্ৰমণকাৰীজন।

Apply Now

বেণ্ড আৰক্ষীৰ মুখপাত্ৰ শ্বিলা মিলাৰে জনোৱা মতে, বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১ বজাত গুলীচালনা সংঘটিত হয়। এখন বাহনত গুলীচালনাৰ খবৰ পোৱাৰ পিছতে বিষয়াসকলে তাত উপস্থিত হয়।

ইয়াৰ পিছতে খবৰ লাভ কৰে যে স্কুলৰৰ ভিতৰত এজন বন্দুকধাৰীয়ে আক্ৰমণ চলাইছে। বন্ধ দুৱাৰত গুলীচালনা কৰি তেওঁ জোৰকৈ স্কুলৰ ভিতৰলৈ সোমাই যায়। বিষয়াসকল আহি পোৱাৰ লগে লগে  জানিব পাৰে যে সন্দেহজনক লোকজনক লক্ষ্য কৰি গুলী চলোৱা হৈছে। তেওঁৰ ঘটনাস্থলীতে মৃত্যু হয়।

স্থানীয় এজন বাসিন্দাই তেওঁক হাতত বন্দুক লৈ বিদ্যালয়ত প্ৰৱেশ কৰা দেখিছিল। তেওঁও তাৰ পিছে পিছে স্কুলৰ ভিতৰলৈ সোমাই যায়। আৰক্ষীয়ে জনোৱা মতে, সেই ব্যক্তিজনৰ গুলীতে নিহত হৈছে সন্দেহজনক লোকজন।

আৰক্ষীয়ে এতিয়াও প্ৰকাশ কৰা নাই নিহতসকলৰ পৰিচয়। এই গুলীচালনাৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই। গুলীচালনা কৰা লোকজন বিদ্যালয়খনৰ সৈতে জড়িত নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে সদৰী কৰা নাই।

ইয়াৰ পূৰ্বেও আমেৰিকাত একাধিক বিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। যোৱা বছৰ কে-১২ জাতীয় স্কুলত কমেও ২৩৫টা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এই বছৰ অৰেগনৰ এই ঘটনাকে ধৰি কমেও ১৪৯টা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। সেই আক্ৰমণবোৰত বহু লোকৰ মৃত্যু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd