• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰদেৱ ভাৰত বৰিষ নৱজাগৰণ ঐতিহ্য মহোৎসৱৰ প্ৰস্তুতি

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
September 29, 2020 8:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা স্থাপিত পাটবাউসী থান-সত্ৰৰ উন্নয়নৰ বাবে বৰপেটা জিলা প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগ কৰিবলৈ সাজু আছে।

আজি মহাপুৰুষজনাৰ ৫৭২ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সৈতে সংগতি ৰাখি অসম সত্ৰ মহাসভা আৰু জাতীয় মহাসভাৰ উদ্যোগত পাটবাউসী থানত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ ভাৰত বৰিষ নৱজাগৰণ ঐতিহ্য মহোৎসৱৰ প্ৰস্তুতিৰ শুভাৰম্ভণি কৰি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এইদৰে কয়।

Apply Now

মহাসভাৰ উদ্যোগত হাতত লোৱা বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ উপলক্ষে নৰোৱাৰ বটদ্ৰবা সত্ৰ তথা পাটবাউসীৰ শংকৰদেৱ থানৰ অধিকাৰ দেবানন্দ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ দিয়া ভাষণত তেওঁ থানখনলৈ আহি  গভীৰ আধ্যাত্মিক পৰিতৃপ্তি লাভ কৰে বুলি উল্লেখ কৰে।

অনুষ্ঠানত দিয়া চমু ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই কয় যে, গুৰুজনাই জীৱনৰ গুৰুত্বপূৰ্ণ ১৮ বছৰ কাল অতিবাহিত কৰা এই পৱিত্ৰ ভূমিৰ বিষয়ে পৰ্যাপ্ত প্ৰচাৰৰ অভাৱত ৰাজ্যখনৰ বহু পৰ্যটকেই এই  অবগত নহয়। সেয়ে এইখন থানৰ বিষয়ে দেশে-বিদেশে উপযুক্ত প্ৰচাৰ হোৱাৰ যথেষ্ট প্ৰয়োজন আছে।

সভাত সুন্দৰীদিয়া সত্ৰৰ অধিকাৰ জগন্নাথ অধিকাৰী, শুৱালকুছিৰ হাটী সত্ৰৰ অধিকাৰ ৰাজীৱ লোচন সন্ত, মৰিগাঁৱৰ তৰাবাৰী কালদীয়া সত্ৰৰ অধিকাৰ কুসুম কুমাৰ মহন্ত আৰু আৰক্ষীৰ উপ অধীক্ষক ডি জে নাথে চমু বক্তব্য দাঙি ধৰে।

আনহাতে, অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সাচি গছৰ পুলি ৰূপন কৰাৰ উপৰি সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সত্ৰৰ বয়োজেষ্ঠ ভকত সকলৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে আয়ুৰ্বেদিক ঔষধ বিতৰণ কৰা হয়।

ইয়াৰ লগে লগে মণিকাঞ্চন বিশ্বায়ন জ্ঞানজ্যোতি গৱেষণা কেন্দ্ৰৰ ৰূপৰেখাৰ আধাৰত বছৰ জোৰা কাৰ্যসূচীৰে হাতত লোৱা শঙ্কৰাব্দৰ সজাগতা চেতনা বৰ্ষৰ অনুষ্ঠানৰ শুভাৰম্ভ হয়।

সভাৰ উদ্দেশ্য বাখ্যা কৰে অসম জাতীয় মহাসভাৰ মুখ্য সম্পাদক হৰেকৃষ্ণ তালুকদাৰে আৰু শলাগৰ শৰাই আগবঢ়ায় পাটবাউসী থান পৰিচালনা সমিতিৰ সভাপতি ভবেন্দ্ৰ পাঠকে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd