• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হৃদয় বিদাৰক: পাঠশালাত দুই সন্তানক বুকুত বান্ধি ৰে’লৰ আগত জাঁপ দিলে মাতৃয়ে

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
October 1, 2020 3:14 pm
414
VIEWS
Share on FacebookShare on Twitter

পাঠশালাত সংঘটিত হৈছে এটা শিহৰণকাৰী ঘটনা।

দুটি সন্তানক বুকুত বান্ধি লৈ আত্মহত্যা কৰিলে এগৰাকী মাতৃয়ে।

বৃহস্পতিবাৰে দিনৰভাগত সংঘটিত  এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটোকে।

স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি নিজৰ দুই সন্তানক বুকুত বান্ধি ৰে’লৰ আগত জাঁপ দি আত্মহত্যা কৰা মহিলাগৰাকীৰ নাম মিনুৱাৰা খাতুন।

স্বামী গৃহৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি মহিলাগৰাকীয়ে  আজি দিনৰ ভাগত দুই সন্তানক লগত লৈ উপস্থিত হয় পাঠশালাৰ ৰে’ল আলিত।

মহিলা গৰাকীৰ ৭ বছৰীয়া কন্যা ৰুকছানা আৰু দুবছৰীয়া  কন্যা হামিম চুলতানাই তেতিয়ালৈকে বুজিব পৰা নাছিল যে কি কাৰণত সিঁহতক তালৈ নিয়া হৈছে।

এটা সময়ত সেই স্থানেৰে দুৰন্ত গতিৰে পাৰ হৈ গৈছিল এখন ৰে’ল। ৰে’ল খন অহাৰ সময়তে দুগৰাকী কন্যাক বুকুত সাৱটি ৰে’লৰ আগত জঁপিয়াই দিছিল মহিলাগৰাকীয়ে।

নিমিষতে দুটি নিষ্পাপ শিশুৰ লগতে মাতৃৰ মৃত্যু ঘটে।

এই মৰ্মান্তিক ঘটনাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়  জি আৰ পিৰ দল।

জি আৰ পিয়ে মাতৃৰ লগতে দুই কন্যা সন্তানৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

মহিলাগৰাকীৰ আত্নীয়ই কৰা অভিযোগ অনুসৰি মহিলা গৰাকীয়ে স্বামী হানিফ আলীৰ  অত্যাচাৰ সহিব নোৱাৰিয়েই এনে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

জানিব পৰা মতে হানিফ আলী পেছাত এজন গাড়ী চালক আৰু তেওঁ নিতৌ পত্নী মিনুৱাৰাৰ ওপৰত চলাই গৈছিল শাৰীৰিক তথা মানসিক নিৰ্যাতন।

স্থানীয় ৰাইজে স্বামী হানিফ আলিৰ উপযুক্ত শাস্তিৰ দাবী উত্থাপন কৰিছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd