• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাইথান ষ্টীলৰ ব্ৰেণ্ড এম্বেছাদৰ হ’ব মল্লযুঁজাৰু ‘দ্য গ্ৰেট খালি’

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2020 4:16 pm
Khali
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বৰ্তমানৰ অগ্ৰণী আৰু প্ৰতিষ্ঠিত ষ্টীল নিৰ্মাতা ব্ৰেণ্ডৰ ভিতৰত এটাৰূপে পৰিগণিত মাইথান ষ্টীলে তেওঁলোকৰ ব্ৰেণ্ড এম্বেছাদৰ ৰূপে প্ৰখ্যাত মল্লযুঁজাৰু আৰু অভিলেখ গঢ়ি  ৱৰ্ল্ড ৰেষ্টলিং এণ্টাৰটেইনমেণ্ট (WWE)ৰ বিশ্ব হেভিৱেট চেম্পিয়নশ্বিপ জিকা প্ৰথম ভাৰতীয় ‘দ্য গ্ৰেট খালি’ৰ নাম ঘোষণা কৰিছে।

এই এছ’চিয়েছনৰ অংশৰূপে দ্য গ্ৰেট খালিয়ে মাইথান ষ্টীলৰ আহিবলগীয়া প্ৰচাৰ, ব্ৰেণ্ড সংযোগ আৰু মাৰ্কেটিঙৰ আৰম্ভকাৰী হ’ব। তেওঁক ব্ৰেণ্ড এম্বাছেদৰ ৰূপে ঘোষণা কৰি এটা নতুন বিজ্ঞপনৰ অভিযানো আৰম্ভ কৰিছে।

Apply Now

দ্য গ্ৰেট খালিৰ অভিনিত “নিৰ্মাণ কা মানদণ্ড” নামৰ নতুন বিজ্ঞাপন অভিযানত তেওঁক দেশ আৰু বিশ্বৰ  ডাঙৰ শক্তিৰ প্ৰতীকৰূপে দেখুওৱা হৈছে।

আনহাতে লোহা আৰু ষ্টীল নিৰ্মাণ উদ্যোগত নামি পৰাৰ কমেও দুটা দশক সম্পূৰ্ণ হোৱাত মাইথান ষ্টীলে টিভিচিৰ জৰিয়তে আজিৰ বজাৰৰ বিষয়ে উপভোক্তাক শিক্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

এনে আনন্দৰ মুহূৰ্তত মাইথান ষ্টীলৰ সঞ্চালক মধুৰ আগৰৱালে কয়- এয়া উপভোক্তাৰ মনত এক শক্তিশালী পৰিচয় বার্তাই ৰখাৰ মহত্বপূৰ্ণ পদক্ষেপ  আৰু মাইথান বিশ্বৰ সবাতোকৈ ডাঙৰ শক্তিৰ প্ৰতীক।

উপভোক্তাৰ মাজত তেওঁলোকৰ ব্ৰেণ্ডৰ প্ৰভাৱ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে আমাৰ লগত প্ৰচাৰ অভিযানৰ বাবে ৭ টিভিচিৰ এক শৃংখলা (series) আছে, যিয়ে মনোমোহাকৈ উপভোক্তাক ব্ৰেণ্ড আৰু তেওঁলোকৰ প্ৰমুখ বাৰ্তাৰ বিষয়ে শিক্ষা মনোৰঞ্জনৰে  বাৰ্তা দিয়াৰ চেষ্টা চলাব। অভিনৱ মাধ্যমৰে মাৰ্কেটিং কৌশল অর্জনৰ লক্ষ্য  স্থিৰ কৰা হৈছে  যাতে অনাগত সময়ত এয়া উপভোক্তাক সবাতোকৈ অধিক আকৰ্ষিত কৰিব পৰা লোহা আৰু ষ্টীলৰ ব্ৰেণ্ড উদ্যোগ হয়।

মাইথান ষ্টীলে ‘দ্য গ্ৰেট খালি’ৰ সহযোগত  টিভিচি সেৱা প্ৰিন্ট, ব্ৰডকাষ্ট আৰু ডিজিটেল মাধ্যমৰে বৃহৎ মাত্ৰাত উপভোক্তাক সজাগ কৰাৰ অভিযান চলোৱাৰ লক্ষ্য লৈ আগবাঢ়ি আছে।

বিশ্বৰ মহান মল্লযুঁজাৰু আৰু দেশৰ প্ৰতিষ্ঠিত ক্ষমতাৰ আইকণ দ্য গ্ৰেট খালিয়ে উপভোক্তাক শিক্ষিত আৰু অনুপ্ৰেৰণা যোগাব মাইথান ষ্টীলৰ দৰে শক্তিশালী ষ্টীল ক্ৰয় কৰিবলৈ।

টিভিচিয়ে গুণাগুণ আৰু ৰাজ্যিক স্তৰৰ আৰ্ট টেক’নলজিৰ কথা দৰ্শায়। য’ত দ্য গ্ৰেট খালিয়ে প্ৰতিনিধিত্ব কৰা মাইথান ষ্টীলক বজাৰত উপলব্ধ সবাতোকৈ শক্তিশালী ষ্টীলৰূপে মান্যতা দিয়ে।

আনহাতে দ্য গ্ৰেট খালিৰ সহযোগিতাত মাইথান ষ্টীলে নিজৰ ব্ৰেণ্ড সামগ্ৰীক শক্তিশালী, শিথিল আৰু সমঝদাৰৰ নিৰ্বাচন সামগ্ৰীৰূপে উপভোক্তাৰ ওচৰলৈ লৈ গৈছে।

মাইথান ষ্টীল টিএমটি৬০০ বাৰৰ ব্যৱহাৰত আন ষ্টীলৰ তুলনাত ২০ শতাংশ আৱশ্যকীয়তা কম হয়। কিয়নো মাইথান ষ্টীল এফই৬০০ গ্ৰেডৰ হয়, সেইবাবে ২০ শতাংশ আৱশ্যকীয়তা কম হয় আৰু কম শ্ৰম শক্তিৰ প্ৰয়োজন হয়।

যি উপভোক্তাৰ বাবে সঠিক বিকল্প হৈ পৰে মাইথান ষ্টীল। এই সম্পৰ্কে মাইথান ষ্টীলৰ সঞ্চালক কৌশল আগৰৱালাই কয় – আমি নিজৰ অভিযানত খালিক জড়িত কৰি আনন্দিত হৈছোঁ। উপভোক্তাৰ সৈতে ভাল ধৰণে জড়িত হৈ পৰিবলৈ খালিয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিব। তেওঁ উপভোক্তাৰ মাজত মাইথান ষ্টীলৰ বিশ্বাস আৰু ভাৱনা স্থাপিত কৰিব।

মাইথান ষ্টীলৰ বেংগল, বিহাৰ, ঝাৰখণ্ড, পূব উত্তৰ প্ৰদেশৰ লগতে উত্তৰ পূব ৰাজ্যৰ বজাৰত প্ৰমুখ উপস্থিতি আছে, য’ত পূব ভাৰতত মুঠ ৩ শতাংশ বজাৰ অংশীদাৰ আছে।

মাইথান ষ্টীল সামগ্ৰীসমূহ বিশেষকৈ শক্তিশালী টিএমটি মূল্য আধাৰিত হোৱা বাবে উপভোক্তাৰ এক পছন্দৰ ব্ৰেণ্ড। এই ষ্টীলে উপভোক্তাৰ দৃষ্টি আকৰ্ষণৰ বাবে এক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। য’ত দ্য গ্ৰেট খালিৰ বন্ধুৰূপে ‘মৈথন মেন'(Maithan Man) নামৰ মাইথান ষ্টীলৰ দৰ্শনসমূহ তুলি ধৰিবলৈ এটা শুভংকৰ সাজি উলিয়াইছে।

মাইথান ষ্টীলৰ এজিএম আৰু উত্তৰ পূব গুৱাহাটী পাৱাৰ লিমিটেডৰ এজিএম গজেন্দ্ৰ সিঙে কয় যে প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি উৎপাদিত সামগ্ৰী সঠিক বিকল্পৰ মাধ্যমৰে উপভোক্তা কাষলৈ লৈ যোৱা আৱশ্যকতা আছে। নতুন প্ৰচাৰ অভিযান ‘নিৰ্মাণ কা মানদণ্ড’ ই উপভোক্তাক মাইথান ষ্টীলৰ নিষ্ঠা আৰু ব্ৰেণ্ড মূল্যৰ বিষয়ে অৱগত কৰোৱাত মহত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰিব।

লোহা আৰু ষ্টীলৰ বজাৰ দখলৰ লক্ষ্য আছে মাইথান ষ্টীলৰ। তেওঁলোকৰ প্ৰমুখ উপস্থিতি উত্তৰ পূব ৰাজ্যৰ লগতে বেংগল, বিহাৰ, ঝাৰখণ্ড, পূব উত্তৰ প্ৰদেশ আছে।

পূব ভাৰতত তেওঁলোকৰ বজাৰৰ অংশীদাৰীত্ব আছে ৩ শতাংশ। গ্ৰাহকৰ পছন্দৰ ব্ৰেণ্ডৰূপে পৰিগণিত মাইথান ষ্টীলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মানদণ্ডৰ বিষয়ে সাজি উলিওৱা শুভংকৰে তুলি ধৰাৰ চেষ্টা চলাইছে।

তেওঁলোকে এই সকলোবোৰ তুলি ধৰিবলৈ ধাৰণাগত ৮২.৫ কমিউনিকেচনৰ দ্বাৰা, টিভিএছ লাইভ কৰিব হিন্দী, বেংগলী আৰু অসমীয়াত। পূব প্ৰান্ত আৰু উত্তৰ পূব ভাৰতৰ বজাৰৰ দখলৰ উদেশ্যেৰে এই সকলো কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd