• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত জড়িত আৰু দুজনক গ্ৰেপ্তাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
October 3, 2020 9:01 am
Assam_Police_badge-1024x614-750x375
208
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই(চিআইডি) শুকুৰবাৰে নিশা উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত জড়িত দুজন ব্যক্তিক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোক দুজনক ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ প্ৰিয়নাথ গগৈ ওৰফে জিন্টু গগৈ আৰু বৰপথাৰ অঞ্চলৰ দিলীপ গগৈ ওৰফে ভাই বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰসমূহৰ মতে, দুযোজনেই প্ৰাক্তন ডি আই জি পি কে দত্তৰ ঘনিষ্ঠ সহযোগী।

অসম আৰক্ষীৰ চিআইডিৰ দলে দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ পাছত জেৰাৰ বাবে গুৱাহাটীলৈ নিয়ে।

‘’আমি গোচৰটোৰ প্ৰতিটো দিশেই লক্ষ্য কৰিছো আৰু ঘটনাত জড়িত কোনো ব্যক্তিকে সাৰি যাবলৈ দিয়া নহ’ব। আমি এটা দল গঠন কৰিছো আৰু প্ৰাক্তন ডি আই জি পি কে দত্তক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী অভিযান চলি আছে,’’-এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়।

উল্লেখ্য যে যোৱা বুধবাৰে নিশা কেলেংকাৰিটোৰ আন এজন মূল অভিযুক্ত বিজেপি দিবন ডেকাক আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰে।

যোৱা ২০ ছেপ্টেম্বৰত  উপ-পৰিদৰ্শকৰ পৰীক্ষা আৰম্ভ হোৱাৰ কেইমিনিটমান পূৰ্বেই ছচিয়েল মিডিয়াত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত পৰীক্ষা বাতিল কৰা হৈছিল।

এই কেলেংকাৰিত এতিয়ালৈকে ২০জনতকৈয়ো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Recent News

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd