• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কমনৱেল্থ গেমছৰ বাবে সাজু উত্তৰ-পূবৰ তিনিগৰাকী মহিলা বক্সাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2018 1:39 pm
commonwealth games
128
VIEWS
Share on FacebookShare on Twitter

৪ এপ্ৰিলৰ পৰা অষ্ট্ৰেলিয়াৰ গ’ল্ড কোষ্টত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছ প্ৰতিযোগিতাৰ বাবে ঘোষণা কৰা ভাৰতীয় বক্সিং দলক নেতৃত্ব দিব মহিলা বক্সিং জগতৰ তাৰকা তথা পাঁচবাৰৰ বিশ্ব চেম্পিয়ন এমচি মেৰী কম আৰু মনোজ কুমাৰে। বুধবাৰে ভাৰতীয় বক্সিং ফেডাৰেশ্যনে সন্মানীয় প্ৰতিযোগিতাখনৰ বাবে সম্পূৰ্ণ ভাৰতীয় দল ঘোষণা কৰাৰ সময়ত এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে ভাৰতীয় মহিলা বক্সিং দলৰ তাৰকা মেৰীকমৰ লগতে উত্তৰ-পূবৰ আন দুগৰাকী মহিলা বক্সাৰেও প্ৰতিযোগিতাখনত অংশ ল’ব। খেলুৱৈ দুগৰাকী হ’ল এল সৰীতা দেবী আৰু লাবলিনা বৰগোহাঁই।

এল সৰীতা দেবী আৰু লবলীনা বৰগোহাঁয়ে বিশ্বৰ আগশাৰীৰ প্ৰতিযোগিতাখনত নিজৰ উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকত বজাই ৰাখি দেশবাসীৰ বাবে পদক অৰ্জনৰ চেষ্টা চলোৱা পৰিলক্ষিত হ’ব।

প্ৰতিযোগিতাখনৰ মহিলা শাখাত ৪৫-৪৮ কিলোগ্ৰাম শাখাত মেৰী কম, ৫১ কিলোগ্ৰাম শাখাত পিংকী ৰাণী, ৬০ কিলোগ্ৰামত সৰীতা দেবী আৰু ৬৯ কিলোগ্ৰাম শাখাত অসমৰ লাবলিনা বৰগোহাঁয়ে প্ৰতিদ্বণ্ডিতা আগবঢ়াব।

আনহাতে পুৰুষৰ শাখাত ৪৬-৪৯ কিলোগ্ৰামত অমিত ফাংগাল, ৫২ কি.গ্ৰা.ত গৌৰৱ চোলাংকী, ৫৬ কি.গ্ৰা.ত হুছাম মোহম্মদ, ৬০ কি.গ্ৰা.ত মনিষ কৌশিক, ৬৯ কি.গ্ৰা.ত মনোজ কুমাৰ আৰু ৭৫ কি.গ্ৰা.ত বিকাষ কৃষ্ণনে ভাৰতক প্ৰতিনিধিত্ব কৰিব।

Recent News

হত্যাৰ গোচৰত অভিযুক্ত অভিনেতা দৰ্শনৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ জামিন আদেশক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

হত্যাৰ গোচৰত অভিযুক্ত অভিনেতা দৰ্শনৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ জামিন আদেশক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

বিশ্বৰ সকলো দেশেই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে কাম কৰিব লাগিবঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়

বিশ্বৰ সকলো দেশেই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে কাম কৰিব লাগিবঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়

ছবিৰ পৰা মাৰ্চিডিজলৈ– ধনখড়ৰ বিভিন্ন দাবীক লৈ আৰম্ভ হোৱা সংঘাতৰ পদত্যাগেৰে পৰিছিল অন্ত!

ছবিৰ পৰা মাৰ্চিডিজলৈ– ধনখড়ৰ বিভিন্ন দাবীক লৈ আৰম্ভ হোৱা সংঘাতৰ পদত্যাগেৰে পৰিছিল অন্ত!

৩২ লাখ টকাৰ লোভত মাতৃক হত্যা তোলনীয়া পুত্ৰৰ : অক্ষমনীয় গণ্য কৰি মৃত্যুদণ্ডৰ ঘোষণা আদালতৰ

৩২ লাখ টকাৰ লোভত মাতৃক হত্যা তোলনীয়া পুত্ৰৰ : অক্ষমনীয় গণ্য কৰি মৃত্যুদণ্ডৰ ঘোষণা আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd