• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওৱাকাথন, কাবাডী, ইউনিক ইউ আদি কাৰ্যসূচীৰে ব্যতিক্ৰম মাচডোৰ বৰ্ণময় নাৰী দিৱস উদযাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2018 5:59 pm
WhatsApp Image 2018-03-08 at 2.17.13 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইবাবছৰৰ দৰে এইবাৰো বৰ্ণময় অনুষ্ঠানৰ মাজেৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে চহৰৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা ব্যতিক্ৰম মাচডোই।

নাৰী দিৱসৰ ৰাতিপুৱা ব্যতিক্ৰমৰ উদ্যোগত মহিলাসকলৰ ওৱাকাথনত যোগদান কৰে প্ৰায় ডেৰশগৰাকী মহিলাই। ই আছিল ন’ হৰ্ণ প্লিজ’ কৰ্মসূচীৰো এক আকৰ্ষণীয় অংগ। ৰাতিপুৱা সাত বজাত দীঘলিপুখুৰী পাৰৰ পৰা আৰম্ভ হোৱা ওৱাকাথন চাৰ্কিট হাউচ হৈ পুনৰ লক্ষ্মীধৰ বৰা ক্ষেত্ৰত সমাপ্ত হয়। ইয়াতেই অনুষ্ঠিত হয় মহিলাসকলৰ মাজত কাবাডী। আন বছৰৰ দৰে এইবাৰো বহুকেইটা দলে কাবাডীত অংশগ্ৰহণ কৰে।

Apply Now

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰধান আকৰ্ষণ আছিল উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত ‘ইউনিক ইউ’ কাৰ্যসূচী। বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শীতা অৰ্জন কৰা মহিলাসকলক সন্মান প্ৰদান কৰে ব্যতিক্ৰমে।

লাইফটাইম এচিভমেন্ট এৱাৰ্ড লাভ কৰে সাহিত্যিক নীলিমা বৰাই। সাহিত্যত দেবলীনা সেনগুপ্ত, সংগীতত ৰিংকুমণি কলিতা, বহুমুখী ব্যক্তিত্ব আভা দিহিঙ্গীয়া, সমাজসেৱাত ৰেহেনা চুলতানা, মডেলিঙত যশপ্ৰীত কৌৰ, ফেশ্বন ডিজাইনিঙত প্লাবিতা গগৈ, নৃত্যত মন্দিৰা ভট্টাচাৰ্য, এন্টেপ্ৰেনিয়াৰ শৰ্মিষ্ঠা দেব, শিক্ষকতাত শিল্পী চক্ৰবৰ্তী, ফেশ্বনত সুনীতা দেব, ব্যতিক্ৰমী ব্যক্তিত্ব কাশ্মীৰি হজ কাকতী আৰু পাৰমিতা দেক আন্তৰ্জাতিক নাৰী দিৱসত সন্মানিত কৰা হয়।

DSC_6079

ভাষণ প্ৰসঙ্গত ব্যতিক্ৰম মাচডোৰ সভাপতি ড. সৌমেন ভাৰতীয়াদেৱে কয়, ‘আজি আন্তৰ্জাতিক নাৰী দিৱস। একৈশ শতিকাত আমি দেখিছো সকলো ক্ষেত্ৰত নাৰীৰ উত্তৰণ। তাকেই শ্ৰদ্ধা জনাই বিগত কেইবাবছৰো আমি উদযাপন কৰি আহিছো নাৰী দিৱস। সমাজ গঠনত নাৰীয়েই প্ৰধান, নাৰী দিৱস উপলক্ষে সেইকথা আমি পুনৰ এবাৰ স্মৰণ কৰিব বিচাৰো।’

নাৰী দিৱসৰ সন্ধিয়াৰ অনুষ্ঠানটি বিবেকানন্দ কেন্দ্ৰত বিয়লি ৫.৩০ বজাৰ পৰা আৰম্ভ হয়। ইয়াতে সন্মান প্ৰদান কাৰ্যসূচীৰ লগতে আছিল সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত চেতাৰ পৰিবেশন কৰে দেবীদত্তা দে’ই আৰু নৃত্য পৰিবেশন কৰে নিবেদিতা তৰফদাৰে। সংগীত পৰিবেশন কৰে সুদেষ্ণা সেন, প্ৰিয়ংকা, পিয়ালি দে, পাৰমিতা দে আৰু অভিজিত বৰুৱাই। ইয়াৰ লগতে পৰিবেশিত হয় চিৰপৰিচিত নৃত্যগীত ধামাইল। ইয়াত কেবল মহিলাসকলে অংশগ্ৰহণ কৰে।

মহিলা দিৱসৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে পদ্মশ্ৰী জয়শ্ৰী গোস্বামী মহন্ত, ড. নিৰ্মলকান্তি ভট্টাচাৰ্য, কবি সঞ্জয় চক্ৰবৰ্তী, কবি-সম্পাদক ড. তিমিৰ দে, অধ্যাপক সুদেষ্ণা ভট্টাচাৰ্য আৰু গায়িকা কবিতা নাথৰ লগতে নৃত্যশিল্পী তটিনী দে, গায়িকা অনামিকা চৌধুৰী, সমাজকৰ্মী জ্যোতিৰ্ময় পুৰকায়স্থ, কবি মীৰা ঠাকুৰ প্ৰমূখ্যে অন্যান্য বহু ব্যক্তি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd