• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উদ্বোধনৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে বিশ্বৰ দীৰ্ঘতম অটল টানেলত সংঘটিত তিনিটা দুৰ্ঘটনা : আৰক্ষী মোতায়েন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2020 9:06 am
928850-5-1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩ অক্টোবৰত হিমাচল প্ৰদেশৰ ৰুটাঙত নিৰ্মাণ কৰা বিশ্বৰ দীৰ্ঘতম টানেলটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল।

শেহতীয়াকৈ উদ্বোধনৰ মাত্ৰ ২৪ ঘণ্টা ভিতৰতে উক্ত টানেলত তিনিটাকৈ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। ইয়াৰ পিছতে ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ উদ্বেগ বৃদ্ধি পোৱাৰ পৰলিক্ষিত হৈছে।

Apply Now

খবৰৰ মতে উক্ত টানেলত বাইক আৰোহীসকলে অঘোষিত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ ফলতেই অতি কম সময়ৰ ভিতৰতে এনেদৰে দুৰ্ঘটনাবোৰ সংঘটিত হৈছে।

ইফালে উদ্বোধন কৰাৰ পিছত ৰাজ্য চৰকাৰে উক্ত টানেলত বাইক আৰোহীসকলৰ গতি বিধি লক্ষ্য কৰিবলৈ আৰক্ষীৰ লোকক মোতায়েন কৰা নাছিল বুলিও অভিযোগ উত্থাপন হৈছিল। ইয়াৰ ফলতে বাইক আৰোহীসকলে অঘোষিত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সুযোগ লাভ কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছে।

মাত্ৰ ২৪ ঘণ্টাৰ ভিৰততে তিনিটাকৈ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰশাসনে প্ৰায় ৪৮ ঘণ্টাৰ অন্তত টানেলটোত আৰক্ষীৰ লোকক মোতায়েন কৰিছে বুলি জানিব পৰা গৈছে।

টানেলৰ চিচি টিভি ফুটেজত বাইক আৰোহীসকলৰ অঘোষিত বাইক ৰাইডিং প্ৰতিযোগিতাৰ দৃশ্য বন্দী হৈ ৰৈছে। আনকি ৰাস্তাৰ মাজত গাড়ী ৰখাই লৈ টানেলত চেল্ফী উঠাৰো ধুম দেখা গৈছে চিচি টিভি ফুটেজত। ইয়াৰ ফলতে দুৰ্ঘটনাবোৰ সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে।

এই সন্দৰ্ভত বিআৰঅ’ৰ মুখ্য অভিযন্তা কে পি পুৰুষোত্তমে সংবাদ মাধ্যমৰ আগত কয়, “টানেলৰ মাজত গাড়ী ৰখোৱা কোনো নিয়ম নাই। আনকি পিছৰ বাহনখনে আগৰ বাহনখনক অতিক্ৰম কৰাৰো নিয়ম নাই। কাৰণ এইটো হৈছে ডাব্বল লেণ্ড।”

উল্লেখ্য যে যোৱা শনিবাৰে হিমাচল প্ৰদেশৰ মানালিৰ পৰা লাহুল-স্পিতি উপত্যকাৰ পৰ্যন্ত ৯.০২ কিলোমিটাৰ দৈৰ্ঘ্যৰ টানেলটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল।

১০ হাজাৰ ফুট উচ্চতাত অৱস্থিত বিশ্বৰ দীৰ্ঘতম টানেলটোত দৈনিক ৩ হাজাৰ চাৰি চকীয়া বাহন আৰু ডেৰ হাজাৰ ট্ৰাক প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰ গতিত চলিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd