• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আই পি এলত‍ ‘শত্ৰু’ দেশৰ খেলুৱৈৰ সৈতে মিলি ডেভিড ৱাৰ্ণাৰে গঢ়িলে ইতিহাস

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2020 2:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কিংছ ইলেভেন পঞ্জাৱৰ মাজত অনুষ্ঠিত হোৱা মেচখনত ছানৰাইজাৰ্ছে জয়ী হোৱাৰ লগতে অধিনায়ক ডেভিড ৱাৰ্ণাৰে এক ইতিহাস ৰচিবলৈও সক্ষম হয়।

অপেনাৰদ্বয় ৱাৰ্ণাৰ আৰু জনি বেয়াৰষ্ট’ আৰু স্পিনাৰ ৰাছিদ খানৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ভিত্তিত ছানৰাইজাৰ্ছে কিংছ ইলেভেনক পৰাস্ত কৰে।

Apply Now

মেচখনত ৱাৰ্ণাৰে অৰ্ধশতকীয় ইনিংছ খেলে আৰু ইয়াৰ পিছতে তেওঁ আই পি এলত এক ইতিহাস গঢ়াৰ অধিকাৰী হয়।

আই পি এল ইতিহাসত ৱাৰ্ণাৰে ৫০ বাৰ ৫০ৰ অধিক স্ক’ৰ কৰাৰ অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে কোনেও এই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাই।

মেচৰ অন্তত ৱাৰ্ণাৰে কয় যে কিদৰে তেওঁ বেয়াৰষ্ট’ৰ সৈতে মিলি দলক সুন্দৰ জয়ৰ উপহাৰ দিয়াৰ লগতে এই অভিলেখ গঢ়ে।

ৱাৰ্ণাৰ আৰু বেয়াৰষ্ট’ৱে প্ৰথম উইকেটৰ যুটীত ১৬০ ৰান কৰে।

উল্লেখ্য যে ক্ৰিকেট ফিল্ডত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈ সকলক আক্ৰমক তথা শত্ৰু মনোভাৱ ৰূপত দেখা পোৱা যায়।

কিদৰে ইংলেণ্ডৰ এগৰাকী খেলুৱৈৰ সৈতে মিলি ইমান সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছৈ বুলি ৱাৰ্ণাৰক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দুয়োখন দেশৰ মাজত শত্ৰুতা তথা বেয়া ভাব থকা বুলি মানুহে কিয় ভাবে মই নাজানো।

ইয়াৰ উপৰি বেয়াৰষ্ট’ৰ সৈতে ৱাৰ্ণাৰে বেটিং কৰি সদায় আনন্দ লাভ কৰে বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে ৱাৰ্ণাৰে বৃহস্পতিবাৰৰ মেচখনত ৪০টা বলত ৫২ ৰান কৰে। আই পি এলত ৱাৰ্ণাৰৰ এয়া ৫০ বাৰ ৫০ৰ অধিক স্ক’ৰ কৰাৰ ৰেকৰ্ড। তেওঁৰ এই পৰ্যন্ত ৪৬টা অৰ্ধশতক আৰু চাৰিটা শতক অৰ্জন কৰিছে।

ৱাৰ্ণাৰৰ পিছতে এই তালিকাত আছে বিৰাট কোহলী। তেওঁ ৪২ বাৰ ৫০ৰ অধিক স্ক’ৰ কৰিছে। ইয়াৰ ভিতৰত আছে ৩৭টা অৰ্ধশতক আৰু পাঁচটা শতক।

তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে সুৰেশ ৰাইনা আৰু ৰোহিত শৰ্মা। দুয়োৰে নামত আছে ৩৮টা অৰ্ধশতক আৰু এটা শতক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd