• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়ংকৰ ঘটনা: চোৰাংচোৱাৰ সন্দেহত ২৫জন আদিবাসী লোকক নৃশংসভাৱে হত্যা মাওবাদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2020 7:22 am
WhatsApp Image 2020-10-11 at 6.42.55 AM

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেলগে ২৫জন আদিবাসী লোকক নৃশংসভাৱে হত্যা কৰা হৈছে। ছত্তীশগড়ৰ বিজাপুৰত আৰক্ষীৰ চোৰাংচোৱাগিৰিৰ সন্দেহত এইদৰে মাওবাদীয়ে ২৫জন লোকক হত্যা কৰিছে।

এই নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ কথা তেওঁলোকে স্বীকাৰো কৰিছে। ইপিনে, এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি হৈছে।

Apply Now

বাতৰি অনুসৰি, বিজাপুৰ জিলাত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা। আৰক্ষীয়ে মাওবাদীৰ গোপন কাৰ্যকলাপৰ বিষয়ে জানিব পৰাৰ কথা গম পোৱাৰ পাছত গাঁৱৰ আদিবাসীসকলে আৰক্ষীৰ চোৰাংচোৱা হিচাপে কাম কৰা তথা খৱৰ যোগান ধৰাৰ সন্দেহত তেওঁলোকক হত্যা কৰা হয়।

এনেদৰে হত্যা কৰাৰ পাছত নিজেই প্ৰেছ বিবৃতি দি  মাওবাদীসকলে এই ঘটনাৰ কথা স্বীকাৰ কৰিছে।

দণ্ডকাৰণ্য বিশেষ মণ্ডল কমিটিৰ পৰা মাওবাদী নেতা বিকল্পই জাৰি কৰা প্ৰেছ বিবৃতিত কোৱা হৈছে যে এই আদিবাসীসকলে আৰক্ষীক মাওবাদীৰ খৱৰ যোগান ধৰাৰ ‘অপৰাধ’ কৰিছিল।

তেওঁলোকে ২৫জন লোকক বিশ্বাসঘাতক বুলি অভিহিত কৰি জানিবলৈ দিয়ে যে এই ২৫জনৰ ভিতৰত ১২জন আছিল গোপন এজেন্ট, ৮জন আৰক্ষীৰ চোৰাংচোৱা আৰু বাকী ৫জনে মুলসুঁতিলৈ ঘুৰি অহাৰ চেষ্টা কৰিছিল। সেয়েহে, তেওঁলোকক গণ-আদালত বহাই শাস্তি দিয়া হয়।

মাওবাদীসকলে অৱশ্যে কেতিয়া এই ঘটনা সংঘটিত কৰিছে সেইকথা বিবৃতিত উল্লেখ কৰা নাই।

সূত্ৰসমূহৰ মতে, ছেপ্টেম্বৰৰ শেষৰ পিনে কোনো এটা দিনত এই অপাৰেশ্যন চলোৱা হৈছিল।

তেলেংগানাৰ ভদ্ৰদী কোথাগুদম জিলাৰ আৰক্ষী প্ৰশাসনে জানিবলৈ দিয়া মতে চোৰাংচোৱাৰ তথ্য অনুসৰি মাওবাদীসকলে বাট্টাগুদা, কানৱয়াৰগাট্টা, পুছুবাকা, গংগালুৰকে ধৰি বিভিন্ন গাঁৱত অপাৰেশ্যন চলাই ১৬জন গাঁৱবাসীক হত্যা কৰিছে।

মাওবাদীৰ মুখপাত্ৰ বিকল্পই এই আদিবাসীসকলে ভিজ্জা আৰক্ষীৰ এজেন্ট হিচাপে কাম কৰাৰ অভিযোগ তুলি তেওঁলোকৰ কামে মাওবাদীৰ বহু ক্ষতি কৰিছে বুলি জনায়। দলৰ সভাৰ বহু গোপন তথ্য চাৰিবাৰকৈ ভিজ্জা আৰক্ষীক দিয়াৰো অভিযোগ কৰে।

বস্তাৰৰ আইজিপি সুন্দৰ, বিজাপুৰৰ আৰক্ষী অধীক্ষক কমলা লোকান কাশ্যপ আৰু আন আৰক্ষী বিষয়াই মিলি ২০২২ৰ ভিতৰত মাওবাদীসকলক নিৰ্মূল কৰাৰ পৰিকল্পনা কৰিছিল বুলি মাওবাদী নেতা বিকল্পই অভিযোগ কৰে।

মাওবাদীসকলে অভিযোগ কৰে যে এই ‘বিশ্বাসঘাতক’সকলৰ বাবে আৰক্ষীয়ে বেংক একাউন্ট খুলি দিছিল। আদিবাসীসকলৰ ওপৰত অত্যাচাৰ চলাই সেয়া মাওবাদীৰ ওপৰত জাপি দিয়াৰ অভিযোগত তুলি তাৰ বাবেই তেওঁলোকক শাস্তি দিয়া হৈছে বুলি সদৰী কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd