• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নেপালৰ প্ৰতিনিধি দলৰ ওপৰত চীনা সৈন্যৰ আক্ৰমণ : চীনৰ ওচৰত আত্মসমৰ্পণ প্ৰধানমন্ত্ৰী অলিৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2020 4:08 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালৰ প্ৰধানমন্ত্ৰী অলি যেন নেপালৰ প্ৰতি দায়ৱদ্ধা নহয়, চীনৰ প্ৰতিহে তেওঁ দায়ৱদ্ধ। এই কথাকে পুনৰ এবাৰ প্ৰমাণ কৰিছে নেপালৰ জাতীয়তাবাদী প্ৰধানমন্ত্ৰীৰূপে পৰিচিত কেপি শৰ্মা অলিয়ে।

স্মৰ্তব্য যে, চীনৰ প্ৰৰোচনাত ইতিমধ্যে নেপালৰ এইগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত বিৰোধী কাৰ্যকলাপো কৰি আহিছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে।

Apply Now

এইবাৰ এই গৰাকী প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অন্য এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি নেপাল-চীন সীমান্ত অঞ্চলত পৰিদৰ্শনৰ বাবে যোৱা এটা নেপালৰ চৰকাৰী প্ৰতিনিধি দলৰ ওপৰত চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিয়ে আক্ৰমণ কৰাৰ পিছতো ইয়াৰ প্ৰতিবাদ নকৰি বৰং চীনৰ তৈলমৰ্দনতহে ব্যস্ত আছে নেপালৰ প্ৰধানমন্ত্ৰী অলি।

স্থানীয় সূত্ৰৰ খবৰ মতে বিগত কেবামাহৰ পৰাই নেপালৰ হুমলা জিলাৰ চীন সীমান্তৱৰ্তী অঞ্চলক চীনা সৈন্য দখল কৰা বুলি স্থানীয় লোকে অভিযোগ কৰি আহিছিল।

আনকি কিছু দিনৰ পূৰ্বে নেপালৰ ভূমিত চীনে ডাঙৰ ডাঙৰ আট্টালিকা নিৰ্মাণ কৰা বুলি হুমলা জিলা প্ৰশাসনে প্ৰকাশ কৰিছিল।

কিন্তু স্থানীয় লোক আৰু জিলা প্ৰশাসনৰ অভিযোগ ভুৱা বুলি দাবী কৰি প্ৰধানমন্ত্ৰী অলিয়ে নেপালৰ ভূমি চীনে দখল কৰা নাই বুলিহে দাবী কৰিছে।

চীনে নেপালৰ ভূমি দখল কৰা বুলি উঠা অভিযোগ ভিত্তিহীন আৰু ভুৱা বুলি নেপালৰ বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে। চৰকাৰীভাৱে উক্ত এলেকাসমূহ পৰিদৰ্শন কৰা হৈছে আৰু তাতে চীনে কোনো ধৰণৰ আন্তঃগাথনি নিৰ্মাণ কৰাৰ প্ৰমাণ নাই। নেপালৰ বৈদেশিক মন্ত্ৰণালয়ৰ বিবৃতিত কোৱা হয়।

ইফালে শনিবাৰে চীন সীমান্তত অৱস্থিত পিলাৰসমূহ পৰিদৰ্শনৰ বাবে যোৱা এটা প্ৰতিনিধি দলৰ ওপৰত চীনা সৈন্যই আক্ৰমণ কৰা বুলি খবৰ আহিছে।

নেপালী কংগ্ৰেছৰ নেতা জীৱন বাহাদুৰ শ্বাহীৰ নেতৃত্বত যোৱা এটা দলৰ ওপৰত চীনা সৈন্যই কন্দুৱা গেছ এৰি আক্ৰমণ কৰে। এই আক্ৰমণত নামখা পৌৰসভাৰ উপাধ্যক্ষ পেনা লামা আঘাতপ্ৰাপ্ত হয়।

এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় যদিও নেপাল চৰকাৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা লোৱাৰটো দূৰৰে কথা কোনো প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা নাই।

ক্ষমতাৰ লাসলাত অন্ধ নেপালী জাতীয়তবাদী প্ৰধানমন্ত্ৰী অলিয়ে দীৰ্ঘদিন ধৰি চীনৰ পোষ্যপুত্ৰৰ দৰে আচৰণ কৰি অহাৰ বাবেই চীনা সৈন্যৰ এই আক্ৰমণৰ বিৰুদ্ধে কোনা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

September 19, 2026 12:16 pm
১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

১৩৯৯টা ভূমিকম্পৰ নেপথ্যৰ কাৰণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষা? গৱেষণাত বিস্ফোৰক দাবী

September 19, 2026 11:29 am
পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

September 19, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd