• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নেপালৰ প্ৰতিনিধি দলৰ ওপৰত চীনা সৈন্যৰ আক্ৰমণ : চীনৰ ওচৰত আত্মসমৰ্পণ প্ৰধানমন্ত্ৰী অলিৰ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 11, 2020 4:39 pm

2 min read

index.jpg
368
VIEWS
Share on FacebookShare on Twitter

নেপালৰ প্ৰধানমন্ত্ৰী অলি যেন নেপালৰ প্ৰতি দায়ৱদ্ধা নহয়, চীনৰ প্ৰতিহে তেওঁ দায়ৱদ্ধ। এই কথাকে পুনৰ এবাৰ প্ৰমাণ কৰিছে নেপালৰ জাতীয়তাবাদী প্ৰধানমন্ত্ৰীৰূপে পৰিচিত কেপি শৰ্মা অলিয়ে।

স্মৰ্তব্য যে, চীনৰ প্ৰৰোচনাত ইতিমধ্যে নেপালৰ এইগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত বিৰোধী কাৰ্যকলাপো কৰি আহিছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে।

এইবাৰ এই গৰাকী প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অন্য এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি নেপাল-চীন সীমান্ত অঞ্চলত পৰিদৰ্শনৰ বাবে যোৱা এটা নেপালৰ চৰকাৰী প্ৰতিনিধি দলৰ ওপৰত চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিয়ে আক্ৰমণ কৰাৰ পিছতো ইয়াৰ প্ৰতিবাদ নকৰি বৰং চীনৰ তৈলমৰ্দনতহে ব্যস্ত আছে নেপালৰ প্ৰধানমন্ত্ৰী অলি।

স্থানীয় সূত্ৰৰ খবৰ মতে বিগত কেবামাহৰ পৰাই নেপালৰ হুমলা জিলাৰ চীন সীমান্তৱৰ্তী অঞ্চলক চীনা সৈন্য দখল কৰা বুলি স্থানীয় লোকে অভিযোগ কৰি আহিছিল।

আনকি কিছু দিনৰ পূৰ্বে নেপালৰ ভূমিত চীনে ডাঙৰ ডাঙৰ আট্টালিকা নিৰ্মাণ কৰা বুলি হুমলা জিলা প্ৰশাসনে প্ৰকাশ কৰিছিল।

কিন্তু স্থানীয় লোক আৰু জিলা প্ৰশাসনৰ অভিযোগ ভুৱা বুলি দাবী কৰি প্ৰধানমন্ত্ৰী অলিয়ে নেপালৰ ভূমি চীনে দখল কৰা নাই বুলিহে দাবী কৰিছে।

চীনে নেপালৰ ভূমি দখল কৰা বুলি উঠা অভিযোগ ভিত্তিহীন আৰু ভুৱা বুলি নেপালৰ বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে। চৰকাৰীভাৱে উক্ত এলেকাসমূহ পৰিদৰ্শন কৰা হৈছে আৰু তাতে চীনে কোনো ধৰণৰ আন্তঃগাথনি নিৰ্মাণ কৰাৰ প্ৰমাণ নাই। নেপালৰ বৈদেশিক মন্ত্ৰণালয়ৰ বিবৃতিত কোৱা হয়।

ইফালে শনিবাৰে চীন সীমান্তত অৱস্থিত পিলাৰসমূহ পৰিদৰ্শনৰ বাবে যোৱা এটা প্ৰতিনিধি দলৰ ওপৰত চীনা সৈন্যই আক্ৰমণ কৰা বুলি খবৰ আহিছে।

নেপালী কংগ্ৰেছৰ নেতা জীৱন বাহাদুৰ শ্বাহীৰ নেতৃত্বত যোৱা এটা দলৰ ওপৰত চীনা সৈন্যই কন্দুৱা গেছ এৰি আক্ৰমণ কৰে। এই আক্ৰমণত নামখা পৌৰসভাৰ উপাধ্যক্ষ পেনা লামা আঘাতপ্ৰাপ্ত হয়।

এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় যদিও নেপাল চৰকাৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা লোৱাৰটো দূৰৰে কথা কোনো প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা নাই।

ক্ষমতাৰ লাসলাত অন্ধ নেপালী জাতীয়তবাদী প্ৰধানমন্ত্ৰী অলিয়ে দীৰ্ঘদিন ধৰি চীনৰ পোষ্যপুত্ৰৰ দৰে আচৰণ কৰি অহাৰ বাবেই চীনা সৈন্যৰ এই আক্ৰমণৰ বিৰুদ্ধে কোনা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd