• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা ঘোষণা কৰা তিনিদিনীয়া কোকৰাঝাৰ জিলা বন্ধ প্ৰত্যাহাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 12, 2020 9:47 am
Story-6-5-1140x570-750x375

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ(বিজেএছএম) আৰু আন কেইবাটাও জনজাতীয় সংগঠনে আজিৰে পৰা আহ্বান দিয়া তিনিদিনীয়া কোকৰাঝাৰ জিলা বন্ধ প্ৰত্যাহাৰ কৰা হৈছে।

অক্টোবৰৰ ১২, ১৩ আৰু ১৪ তাৰিখে তিনিদিনৰ বাবে আহ্বান জনোৱা এই বন্ধ কাৰ্যসূচী কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ সৈতে হোৱা আলোচনাৰ পাছত প্ৰত্যাহাৰ কৰা হয়।

Apply Now

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিলাখনলৈ প্ৰস্তাৱিত  ভ্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ(বিজেএছএম)আৰু আন ১২টা জনজাতীয় সংগঠনে আজিৰে পৰা তিনিদিনীয়া কোকৰাঝাৰ জিলা বন্ধৰ আহ্বান দিছিল।

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ(বিজেএছএম)ৰ দায়িত্ববাহী সভাপতি দাওৰাও দেখৰেব নাৰ্জাৰীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে যে মুখ্য মন্ত্ৰী আৰু আন বিজেপি নেতাৰ কোৰাঝাৰ ভ্ৰমণৰ প্ৰতিবাদত আহ্বান দিয়া তিনিদিনীয়া কোকৰাঝাৰ বন্ধ উঠাই লোৱা হৈছে।

বিজ্ঞপ্তিতলগতে কোৱা হয় যে তেওঁলোকে যিবোৰ বিষয় তুলি ধৰি বন্ধৰ  আহ্বান দিছিল, সেইবোৰ সম্যকভাৱে বিবেচনা কৰিব বুলি আশা কৰিছে।

পূৰ্বে বিজেএছএমৰ সভাপতি জনকলাল বসুমতাৰীয়ে অভিযোগ কৰিছিল যে বৰ্তমান ৰাজ্য চৰকাৰে ‘বি টি আৰ’ আৰ্হিত স্বাক্ষৰিত তথাকথিত নতুন বড়ো চুক্তিৰ ৰূপায়নৰ দ্বাৰা বিটিএডি আৰু বিটিচি ভংগ কৰাৰ এক ধ্বংসকাৰী তথা দুৰ্ভাগ্যজনক প্ৰচেষ্টা চলাইছে।

চুক্তিখনক এক ‘অসাৰ্থক’ বুলি অভিহিত কৰি তেওঁ অভিযোগ কৰিছিল যে ইয়াৰ দ্বাৰা খিলঞ্জীয়া বড়ো জনজাতি লোকসকলৰ এখন সুকীয়া ৰাজ্যৰ ৫০ বছৰীয়া পুৰণি যুক্তিসংগত দাবীক মষিমূৰ কৰাৰ বাবে এটা নতুন ৰাজনৈতিক অভিসন্ধি কৰা হৈছে।

এক বিবৃতিত তেওঁ কৈছিল যে জনজাতীয় সংগঠনসমূহে ৰাজ্য চৰকাৰৰ এনে নিৰ্ণায়ক ৰাজনৈতিক ষড়যন্ত্ৰৰ প্ৰবল বিৰোধিতা কৰিছে।

বসুমতাৰীয়ে লগতে কৈছিল যে যোৱা ৭ অক্টোবৰত অসম চৰকাৰৰ কেবিনেটে সংবিধানৰ ৩৪৫ অনুচ্ছেদৰ অধীনত ৰাজ্য ভাষাৰ মৰ্যাদা প্ৰদানৰ পৰিৱৰ্তে বড়ো ভাষাক অসমৰ সহযোগী ভাষা হিচাপে গ্ৰহণ কৰি জাননী জাৰি কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে জনজাতীয় সংগঠনসমূহে।

তেওঁলোকে অসম চৰকাৰৰ এক অনিৰ্দিষ্টকাললৈ বিটিচিৰ নিৰ্বাচন পিছুওৱাৰ কৌশল তথা বিটিএডিত ৰাজ্যপালৰ শাসন বৃদ্ধি কৰাৰ প্ৰৱণতাৰো তীব্ৰ বিৰোধিতা কৰা বুলি জানিব দিছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd