• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত আৰু ভূটানে দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণৰ বাবে ল’লে সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2020 9:36 am
ECPIyTnUcAA8Nn6-750x375

ভাৰত আৰু ভূটানৰ প্ৰধানমন্ত্ৰীদ্বয় ক্ৰমে নৰেন্দ্ৰ মোদী আৰু লোটে শ্বেৰিং। ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু ভূটানে বৃহস্পতিবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানি-ৰপ্তানিৰে দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয়ৰ বিষয়াসকলে কয় যে ভাৰত আৰু ভূটানৰ মাজত দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কত এক উল্লেখযোগ্য সফলতাৰ সূচনা হ’ল।

Apply Now

‘’নেশ্যনেল প্লেন্ট প্ৰটেকশ্যন অ’ৰ্গেনাজেশ্যন (এন পি পি অ’), কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়, ভূটানৰ কৃষি আৰু খাদ্য নিয়ন্ত্ৰক কৰ্তৃপক্ষ, কৃষি আৰু বন মন্ত্ৰ্যালয়, ৰয়েল গৱৰ্ণমেন্ট অফ ভূটান আৰু ভূটানত থকা ভাৰতীয় দূতাবাসৰ মাজত নিকট সহযোগিতাত ভূটানৰ পৰা ভাৰতলৈ আপেল, আলু, কমলা, আদা, আৰু তামোল আৰু সেইদৰে ভাৰতৰ পৰা ভূটানলৈ বিলাহী, পিঁয়াজ আৰু অ’ক্ৰা সৰবৰাহৰ বাবে বজাৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হয়.’’-বিষয়াসকলে কয়।

শেহতীয়াকৈ কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ নতুন দিল্লীয়ে ভূটানক সকলো প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়াৰ পাছতে ভাৰত আৰু ভূটানৰ মাজত সম্পৰ্ক অধিক শক্তিশালী হৈ পৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামজেয়াল ৱাংচুকৰ সৈতে দেশখনৰ পৰিস্থিতি সম্পৰ্কে টেলিফোন যোগে কথা পাতিছিল।

নেতা দুজনে চুবুৰীয়া তথা বন্ধুত্বপূৰ্ণ হিচাপে ভাৰত আৰু ভূটানৰ মাজত থকা বিশ্বাস আৰু ভালপোৱাৰ অনন্য সম্পৰ্কৰ বিষয়ে কথা পাতিছিল।

এইক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড-১৯ পৰিস্থিতিত ভূটানে গ্ৰহণ কৰা কাৰ্যকৰী ব্যৱস্থাপনাৰ প্ৰশংসা কৰাৰ লগতে ভাৰতে সকলো ধৰণৰ প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪০ টকা অতিৰিক্ত নিদিয়াৰ বাবে কেব চালকৰ গুণ্ডাগিৰি, মহিলাক প্ৰহাৰ কৰাৰ পাছত কোম্পানীয়ে ব্লক কৰিলে চালকৰ একাউণ্ট

৪০ টকা অতিৰিক্ত নিদিয়াৰ বাবে কেব চালকৰ গুণ্ডাগিৰি, মহিলাক প্ৰহাৰ কৰাৰ পাছত কোম্পানীয়ে ব্লক কৰিলে চালকৰ একাউণ্ট

June 4, 2026 2:20 pm
“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

June 4, 2026 1:58 pm
মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

June 4, 2026 11:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ টকা অতিৰিক্ত নিদিয়াৰ বাবে কেব চালকৰ গুণ্ডাগিৰি, মহিলাক প্ৰহাৰ কৰাৰ পাছত কোম্পানীয়ে ব্লক কৰিলে চালকৰ একাউণ্ট

৪০ টকা অতিৰিক্ত নিদিয়াৰ বাবে কেব চালকৰ গুণ্ডাগিৰি, মহিলাক প্ৰহাৰ কৰাৰ পাছত কোম্পানীয়ে ব্লক কৰিলে চালকৰ একাউণ্ট

June 4, 2026 2:20 pm
“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

June 4, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd