• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

NEET-২০২০: মুঠ ৭২০ৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰি নতুন ইতিহাস ৰচিলে ছোয়েব-আকাঙ্ক্ষাই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2020 7:41 am
WhatsApp Image 2020-10-17 at 7.08.10 AM

নীট পৰীক্ষাত ইতিহাস গঢ়া ছোয়েব আফতাব আৰু আকাঙ্ক্ষা সিং।

4.2k
VIEWS
Share on FacebookShare on Twitter

পাৰফেক্ট! সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত(NEET) মুঠ ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰি নতুন ইতিহাস গঢ়িলে দুগৰাকী কৃতিমান শিক্ষাৰ্থীয়ে।

শিক্ষাৰ্থী দুগৰাকী হ’ল ক্ৰমে উৰিষ্যাৰ ছোয়েব আফতাব আৰু দিল্লীৰ আকাঙ্ক্ষা সিং। নীট পৰীক্ষাত এই প্ৰথম কোনো শিক্ষাৰ্থীয়ে এনেদৰে ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰিছে।

অৱশ্যে,বয়সৰ ভিত্তিত প্ৰথম স্থান লাভ কৰিছে ছোয়েব আফতাবে আৰু দ্বিতীয় স্থানত আছে আকাঙ্ক্ষা সিং।

এইবাৰ নীট পৰীক্ষাৰ বাবে ১৫.৯লাখ শিক্ষাৰ্থীৰ পঞ্জীয়ন হৈছিল। ইয়াৰ ভিতৰত ১৩,৬লাখ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়। তাৰ ভিতৰত আকৌ ৮.৮লাখ শিক্ষাৰ্থী মহিলা।

নেশ্যনেল টেষ্টিং এজেন্সি(এন টি এ)য়ে জানিবলৈ দিয়া অনুসৰি ৭,৭১,৫০০ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

ফলাফল প্ৰকাশৰ পাছত আফতাবে জানিবলৈ দিয়ে যে তেওঁ সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰিছিল। শীৰ্ষ এশৰ ভিতৰত স্থান লাভ কৰিব বুলিও আশা কৰিছিল। কিন্তু তেওঁৱেই যে প্ৰথম হ’ব সেয়া ভবা নাছিল।

অৱশ্যে, তেওঁ লগতে কয় যে যেতিয়া ‘এন্সাৰ কী’ৰ সৈতে স্ক’ৰ দেখিবলৈ পায় তেতিয়াই তেওঁ সম্পূৰ্ণ নম্বৰ পোৱা দেখাৰ পাছৰে পৰা দেশৰ ভিতৰত প্ৰথম হোৱাৰ কথা মনলৈ আহে।

আফতাব নিজৰ লক্ষ্যত ইমানেই স্থিৰ আৰু একাগ্ৰ আছিল যে কোটাৰ পৰা আঢ়ৈ বছৰ তেওঁ উৰিষ্যাৰ ঘৰলৈ যোৱা নাছিল।

বিভিন্ন ছুটীৰ সময়ত, আনকি লকডাউনৰ সময়তো আফতাবে কোটাতে থাকি গৈছিল। লগত মাক থকাৰ বাবে খোৱাবোৱাৰ বিশেষ অসুবিধা পোৱা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে লকডাউনৰ পাঁচমাহ তেওঁ ভালদৰে ব্যৱহাৰ কৰিছিল।

এইমছৰ পৰা এমবিবিএছ পঢ়ি এগৰাকী হৃদৰোগ বিশেষজ্ঞ হ’ব বিচৰা আফতাব গৱেষণাৰ প্ৰতি অত্যন্ত আগ্ৰহী।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd