• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰৰ যুৱকৰ দুয়োটা বৃক্ক বিকল, চিকিৎসাৰ বাবে স্বাস্থ্য মন্ত্ৰী, ৰাইজৰ সহায় আহ্বান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 17, 2020 6:41 pm
This man from Tamulpur needs your help
633
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ গাতে লাগি থকা বাৰাঙ্গাবাৰী গাঁও নিবাসী প্ৰয়াত ৰাজনী কলিতাৰ পুত্ৰ মনোজ কলিতা  নামৰ এজন যুৱকৰ দুয়োটা বৃক্ক বিকল হৈ শয্যাগত হৈ আছে।

প্ৰায় আঠ মাহ ধৰি অসুস্থ হৈ জীৱন আৰু মৃত্যুৰ সতে যুজঁ দি শয্যাগত হৈ আছে মনোজ কলিতা নামৰ ২৬ বছৰীয়া এই যুৱকজন।

প্ৰতি মুহূৰ্ততে মৃত্যুৰ ক্ষণ গনি আছে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম যুৱক মনোজ। মনোজ পেছাত এজন ট্ৰাক চালক।

লকডাউনৰ কিছুদিন পূৰ্বে মনোজ সম্পূৰ্ণ শৰীৰ ফুলি উঠি অসুস্থ হোৱাত গুৱাহাটী মেডিকেল কলেজ হস্পাতালত ভৰ্তি হৈছিল আৰু তাত তেওঁৰ দুয়োটা বৃক্ক প্ৰায় বিকল হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল চিকিৎসকে।

গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত কিছুদিন চিকিৎসা কৰাৰ পিছত কৰোনাৰ বাবে আৰু অৰ্থ সংকটত ভোগা বাবে  মনোজক পিছত ঘৰলৈ উভতাই লৈ অনা হয়।

ইপিনে মনোজৰ মাতৃয়েও চকুৰে ভালদৰে নেদেখে আৰু শাৰীৰিক অসুস্থতাত ভুগি আছে। অৰ্থৰ অভাৱত চিকিৎসকে দিয়া ঔষধ কিনিব নোৱাৰি অতি সম্প্ৰতি ঘৰতে বিনা চিকিৎসাই মৃত্যুৰ সতে যুঁজি আছে যুৱকজন।

ভালদৰে খাবলৈও নাপায় যুৱকজনৰ লগতে বৃদ্ধ মাতৃয়ে। কেতিয়াবা গাঁওৰ মানুহে অলপ পইচা দি পৰিয়ালটোক সহায় কৰে যদিও সেয়া যথেষ্ট নহয় বাবে মাজে সময়ে লঘোণে দিন কটাবলগীয়া হৈছে।

চকুপানীৰে বাট বুলিছে বৃদ্ধা মাতৃ আৰু আত্মীয় স্বজনে। একমাত্ৰ উপার্জনক্ষম মানোজৰ অসুস্থতাৰ বাবে মুখৰ মাত হেৰুৱাইছে মাতৃয়ে।

মাতৃ আৰু আত্মীয় স্বজনে কেৱল নেদেখাজনক প্ৰাৰ্থনা জনাইছে মানোজৰ আশু আৰোগ্য কামনাৰে।

অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক মানোজৰ চিকিৎসাৰ নামত ইতিমধ্যেই পৰিয়ালটোৱে সৰ্বস্ব হেৰুৱাইছে।

মনোজৰ বৃক্কৰ চিকিৎসাৰ বাবে পৰিয়ালটোক প্ৰয়োজন হৈছে বহু পৰিমাণৰ ধন।

অসম চৰকাৰ, অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হৃদয়বান লোকৰ পৰা পৰিয়ালটোৱে মনোজৰ চিকিৎসাৰ বাবে  বিচাৰিছে সহায় আৰু আৰ্থিক সাহায্য।

কোনো লোকে মনোজক আৰ্থিক সাহায্য আগবঢ়াব বিচাৰিলে মানোজৰ  নামত ভাৰতীয় ষ্টেট বেংকৰ তামুলপুৰ  শাখাত থকা একাউন্ট নম্বৰত ধন জমা কৰিবলৈ অনুৰোধ জনাইছে।

একাউন্ট নম্বৰটো ২০৩০৭১৭৭৭২২, আইএফএছচি কোড এছ বি আই এন ০০১৫০২৬ (SBIN0015026)।

কোনো লোকে সহায় কৰিব বিচাৰিলে দূৰভাষ নম্বৰ ৭০৯৯২১২২৫৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd