• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যদি চৈয়দ আব্দুল মালিক, ইমৰাণ শ্বাহ সাহিত্য সভাৰ সভাপতি হ’ব পাৰে, মুছলমান এজনে মুখ্যমন্ত্ৰী কিয় হ’ব নোৱাৰে?

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 18, 2020 10:15 am
20201018_030332
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৈয়দ আব্দুল মালিক, ইমৰাণ শ্বাহ যদি অসম সাহিত্য সভাৰ সভাপতি হ’ব, তেন্তে তেওঁলোকৰ দৰে মুছলমান এজন মুখ্যমন্ত্ৰী কিয় হ’ব নোৱাৰে কিয়? এই প্ৰশ্ন অজিত কুমাৰ ভূঞাৰ।

শনিবাৰে শিৱসাগৰৰ প্ৰেছ ক্লাৱত অনুষ্ঠিক মত বিনিময় অনুষ্ঠানত সদ্য নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এইদৰে।

Apply Now

কবি সাহিত্যিক চামচুল বাৰিকে আঁতধৰা উক্ত মত বিনিময় অনুষ্ঠানত অজিত কুমাৰ ভূঞাৰ লগতে মনজিৎ মহন্ত, লাচিত বৰদলৈ আৰু ৰাছেল হুছেইন উপস্থিত থাকে।

মত বিনময় অনুষ্ঠানত সাংসদ অজিত কুমাৰ ভূঞাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, ‘বৰ্তমান নিৰ্বাচন সমাগত। গতিকে বিজেপিয়ে পুনৰ গাদী দখল কৰিবলৈ ৰাজনৈতিক ৰণকৌশল হিচাপে উজনিত হিন্দু হিন্দু আৰু নামনিত মুছলমান মুছলমান চিঞৰি ৰাজনীতি আৰম্ভ কৰিছে।’

‘নিৰ্বাচন আহিলেই দাড়ি আৰু টুপি দেখুৱাই ভোট লোৱাৰ বাহিৰে তেওঁলোকৰ আন এজেণ্ডা নাই।’ সাংসদ ভূঞাৰ মন্তব্য।

বৰ্তমান সময়ত আজমলৰ বাহিৰে বিজেপিৰ আন একো এজেণ্ডা নাই। স্বাস্থ্যত কি হ’ল, শিক্ষাত কি হ’ল, নিৱনুৱা সমস্যা সমাধানত কি হ’ল, মূল্যবৃদ্ধি ৰোধত কি হ’ল?  সেইবোৰৰ উত্তৰ নাই। সকলো ফালে কেৱল আজমল আজমল আৰু আজমল।

তেওঁ লগতে কয়, ‘এনআৰচিৰ ভিত্তিবৰ্ষ যদি ১৯৫১ চন হয় তেতিয়াও বদৰুদ্দিন আজমল বিদেশী বুলি চিনাক্ত নহয়।’

তেওঁ কয়,  বিজেপি চৰকাৰৰ দিনত যিমান বিলাক নিযুক্তি হ’ল সকলোতেই দুৰ্নীতি। আৰু এই দূৰ্নীতিৰ নায়কসকল বিজেপি আৰু আৰএচএচৰ নেতা।

‘আটাইতকৈ ভয়ংকৰ কথাটো হ’ল বিজেপি চৰকাৰে আৰক্ষী বিভাগটো গেৰুৱাকৰণ কৰিব বিচাৰিছে। সেইবাবেই নিযুক্তিৰ কেলেংকাৰীৰ নামত যি তদন্ত হৈছে সকলো ভেকুভাওনা।’ বিজেপি চৰকাৰক কটাক্ষ কৰি ভূঞাই কয়।

‘ৰাজ্যসভাৰ সাংসদ হোৱাটো মোৰ জয় নহয়। ই কা বিৰোধী শক্তিৰ জয়। সকলো কা বিৰোধী শক্তি একত্ৰিত হৈ মোক নিৰ্বাচিত কৰিছ।’ ভূঞাৰ মন্তব্য।

আঞ্চলিক দল সন্দৰ্ভত ভূঞাই কয়, ‘আজি অসমত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছে। ইয়াৰ বাবে অসমৰ ৰাইজ আজি বিভ্ৰান্ত আৰু অসন্তুষ্ট হৈছে। ২১ৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ হ’লে উমৈহতীয়া কাৰ্যসূচীৰ ভিত্তিত সকলো ৰাজনৈতিক দল এক হৈ যুঁজিবলৈ আহ্বান জনায় অজিত কুমাৰ ভূঞাই।’

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd