• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰ্বোচ্চ ন্যায়ালয়ত মুখ ঠেকেচা খালে ৰাজনৈতিক দলসমূহে : মধ্যপ্ৰদেশ উপ নিৰ্বাচনৰ প্ৰচাৰত নিষেধাজ্ঞা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2020 4:39 pm
Story-4-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমশ বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ উৎকণ্ঠা।

অহা ৩ নৱেম্বৰত ২৮ খন বিধানসভাৰ আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশত।

Apply Now

ক’ৰ’ণাকালীন অৱস্থাত সভা সমিতি অনু্ষ্ঠিত কৰি উপ নিৰ্বাচনৰ প্ৰচাৰৰ চলালে ৰাজ্যখনত ক’ৰ’ণাৰ প্ৰকোপ বৃদ্ধি পাব বুলি প্ৰকাশ কৰি নিৰ্বাচনী প্ৰচাৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ গোৱালিয়ৰ বেঞ্চ-এ এক নিষেধাজ্ঞা জাৰি কৰিছিল।

সোমবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়েও এই নিষেধাজ্ঞাক বাহাল ৰাখি নিৰ্বাচন আয়োগক কঠোৰভাৱে ক’ৰ’ণা বিধি মানি চলিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে যোৱা ২০ অক্টোবৰত উপ নিৰ্বাচনৰ প্ৰচাৰৰ সংক্ৰান্তীয় এটা গোচৰৰ শুনানিৰ পিছত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ গোৱালিয়ৰ বেঞ্চ-এ ভাৰ্চুৱেলি নিৰ্বাচনী প্ৰচাৰৰ কৰিবলৈ প্ৰাৰ্থীসকলক নিৰ্দেশ দিছিল।

ন্যায়ালয়ে স্পষ্টভাৱে নিৰ্দেশ প্ৰদান কৰি কৈছিল যে কোনো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে ক’ৰ’ণা বিধি উলংঘা কৰি জনসভা আৰু জনসমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিব।

ইফালে যিবোৰ অঞ্চলত ভাৰ্চুৱেলি প্ৰচাৰ কৰা সম্ভৱ নহয় সেইবোৰ ঠাইত সীমিত সংখ্যক লোকৰ উপস্থিতিত সভাৰ আয়োজন কৰিলেও জিলা প্ৰশাসনৰ পৰা অনুমতি লোৱাৰ লগতে নিৰ্বাচন আয়োগৰো অনুমতি ল’ব লাগিব দল তথা প্ৰাৰ্থীয়ে।

সভাত কিমানজন লোক উপস্থিত থাকিব তাৰ হিচাপ জিলা প্ৰশাসনক আগতীয়াকৈ দিব লাগিব আৰু তাতকৈ এজনো অধিক লোক উপস্থিত থাকিব নোৱাৰিব। আৰু উপস্থিত থাকবিলগীয়া লোকৰ দ্বিগুণ মাস্ক আৰু চেনিটাইজাৰৰ প্ৰশাসনৰ হাতত আগতীয়াকৈ জমা দিব লাগিব প্ৰাৰ্থীয়ে।

গোৱালিয়ৰ বেঞ্চৰ এই ৰায়ৰ পিছতে আৰম্ভ হয় বিতৰ্কৰ। ৰাজ্যখনৰ ৰাজনৈতিক দলসমূহে এই ৰায়ৰ বিৰোধিতা কৰি সৰ্বোচ্চ ন্যায়ালয় আৰু নিৰ্বাচন আয়োগৰ দাৰস্থ হয়। আনকি বিজেপিৰ দুজন প্ৰাৰ্থীয়ে পৃথকে পৃথকে উচ্চতম ন্যায়ালয়ত এই ৰায়ৰ বিৰুদ্ধে আবেদনো কৰে।

আৰু আজি সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ গোৱালিয়ৰ বেঞ্চৰ পূৰ্বৰ ৰায়কে বাহাল ৰাখে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd