• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানাহৰ বুকুত শ শ বিঘা শস্যভূমি, ঘৰ-দুৱাৰ; নিমিষতে জাহ যাব পাৰে এখন প্ৰাথমিক বিদ্যালয়

ইয়াছিন আলী by ইয়াছিন আলী
October 27, 2020 7:19 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫ নং বাশবাৰীত আই নৈৰ কৰাল গ্ৰাসত শ শ বিঘা শস্যভূমিৰ লগতে বহু কেইটা ঘৰ-বাৰী জাহ গৈছে।

নদীৰ এটা পাৰ একেৰাহে তিনি-চাৰি বছৰ ধৰি ভঙাৰ ফলত অঞ্চলটোত কাল ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই।

Apply Now

স্থানীয় ৰাইজে বাৰম্বাৰ বিধায়ক আব্দুল হাই নাগৰীক জনোৱাৰ পিছতো তিনি-চাৰি বছৰত কোনো সমাধান উলিয়াব পৰা নাই আনকি ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল’বলৈও সময় পোৱা নাই।

ৰাইজৰ অভিযোগ মতে নিৰ্বাচনৰ আগত আহি এশ এবুৰি প্ৰতিশ্ৰুতি দি যায় আৰু নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেখেতৰ মুখখন এবাৰ চাবৰ বাবে আগন্তুক নিৰ্বাচন লৈ অপেক্ষা কৰিব লাগে।

বিধায়কজনে লকডাউন আৰু বানপানীৰ সময়তো নিৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে।

গৰাখহনীয়াগ্ৰস্ত ৰাইজৰ কাষত এবাৰো নহাৰ বাবে আৱেগিক ৰাইজে চৰকাৰ তথা জিলা প্ৰশাসনক গৰাখহনীয়া ৰোধৰ বাবে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

ইফালে সাংসদ আব্দুল খালেকক চিনি নাপায় বুলি কয় একাংশ লোকে। সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত উক্ত অঞ্চলৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ সাংসদজনৰ বিৰুদ্ধে।

উল্লেখ্য যে, অৱশেষত উপায়ন্তৰ হৈ ৰাইজে নিজৰ পকেটৰ পইচা আৰু ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি গৰাখহনীয়া ৰোধৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে যদিওঁ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই।

ৰাইজৰ ইমান দুৰ্দশাৰ সময়তো ৰাইজৰ কাষত থিয় নিদিয়াত ধিক্কাৰ জনাইছে বিভিন্ন জনে।

ইফালে উক্ত সমষ্টিটোৰে নাম্বাৰপাৰা বাংলাপাৰাতো মানাহৰ একে ৰূপ, বিধ্বস্ত হৈছে কৃষি ভূমিৰ লগতে বহু কেইটা ঘৰ-দুৱাৰ।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা ৩য় খণ্ড উত্তৰ পশ্চিম প্ৰাথমিক বিদ্যালয়খনো গৰাখহনীয়াৰ কৱলত পৰাৰ উপক্ৰম ঘটিছে।

বিদ্যালয়খন দুই এদিনৰ ভিতৰতে মানাহৰ বুকুত জাহ যাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

এই ক্ষেত্ৰত বিধায়ক আব্দুল হাই নাগৰীক অৱগত কৰা হৈছিল যদিওঁ কোনো গুৰুত্ব নিদি নিদ্ৰামগ্ন হৈ আছে বুলি ৰাইজে অভিযোগ কৰে। অনুতি পলমে জিলা প্ৰশাসনৰ ফালৰ পৰা বিদ্যালয় খন ৰক্ষা কৰাৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনায় ।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd