• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অবিশ্বাস্য! : অবৈধ কুকুৰা যুঁজ বন্ধ কৰিবলৈ যোৱা আৰক্ষী বিষয়াক হত্যা কৰিলে এটা যুঁজাৰু কুকুৰাই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2020 3:29 pm
_115096267_gettyimages-134849907
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। এখন অবৈধ কুকুৰা যুঁজ বন্ধ কৰিবলৈ যোৱা এগৰাকী আৰক্ষী বিষয়াক এটা যুঁজাৰু কুকুৰাই হত্যা কৰিছে।

এই দুৰ্ভাগ্যজনক তথা দুখজনক ঘটনাটো ঘটিছে ফিলিপাইনত।

Apply Now

আন্তঃৰাষ্ট্ৰী সংবাদ সংস্থা বিবিচি-এ ফিলিপাইনৰ সংবাদ এজেঞ্চি দ্য ফিলিপাইন নিউজ(AFP)ৰ উদ্ধৃতিৰে পৰিৱেশন কৰা বাতৰিৰ মতে দেশখনৰ নৰ্ডান প্ৰদেশত অবৈধ কুকুৰা যুঁজ বন্ধ কৰিবলৈ যাওঁতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে, ফিলিপাইনত কুকুৰা যুঁজৰ প্ৰচলন থাকিলেও কোভিড সংক্ৰমণৰ পিছৰে পৰা দেওবাৰ আৰু চৰকাৰী বন্ধত সৰ্বাধিক তিনি দিনহে কুকুৰা যুঁজ অনুষ্ঠিত কৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে।

চৰকাৰী নিয়ম তথা কোভিড প্ৰটক’ল ভংগ কৰি অনুষ্ঠিত কৰা এখন অবৈধ কুকুৰা যুঁজ বন্ধ কৰিবলৈ অভিযান চলাওঁতে ভৰিত চুৰী বন্ধা এটা যুঁজাৰু কুকুৰাই আহি হঠাতে আৰক্ষী বিষয়া ক্ৰিটিন ব’ল’কৰ উৰুৰ বাওঁফালে আঘাত কৰে।

যঁজাৰু কুকুৰাটোৱে আৰক্ষী বিষয়াজনৰ উৰুত আঘাত কৰাৰ পিছতে ৰক্তক্ষৰণ হ’বলৈ ধৰে আৰু তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।

চিকিৎসালয় পোৱাৰ পূৰ্বে আৰক্ষী বিষয়া ক্ৰিটিনৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

প্ৰভিনশ্যনেল মুখ্য আৰক্ষী বিষয়া কৰ্ণেল আৰ্ণেল এপুডে AFP নিউজ এজেঞ্চিক কয়, “অতি দুৰ্ভাগ্যজনক ঘটনা, মই এই বিষয়ে বৰ্ণনা কৰিব নোৱাৰিম।”

“যেতিয়া মোক প্ৰথমে খবৰটো দিয়া হৈছিল, মই বিশ্বাসেই কৰিব পৰা নাছিলো। মোৰ ২৫ বছৰীয়া আৰক্ষীৰ জীৱনত এনে ঘটনা প্ৰথম ঘটিছে। এটা যুঁজাৰু কুকুৰাৰ বাবে মই এজন সহযোদ্ধাক হেৰুৱালো।” কৰ্ণেল গৰাকীয়ে লগতে কয়।

মুখ্য আৰক্ষী বিষয়াজনে মৃত আৰক্ষী বিষয়া গৰাকীক গভাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

AFP নিউজ এজেঞ্চিৰ মতে ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ফিলিপাইন আৰক্ষীয়ে তিনিজনক লোক আৰু সাতটা যুঁজাৰু কুকুৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা চুৰীৰ ছেট আৰু ৫৫০ পিলিপাইন পেচু(৮১৩ টকা) জব্দ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd