• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭ নৱেম্বৰত ১০ টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2020 4:53 pm
ISRO Chief

ইছৰোৰ অধ্যক্ষ কে শিৱান

282
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ৭ নৱেম্বৰত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এটা পৃথিৱী পৰ্যবেক্ষণ চেটেলাইট আৰু ৯ টা আন্তঃৰাষ্ট্ৰীয় কাষ্টমাৰ স্পেচক্ৰাফট কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰিব বুলি বুধবাৰে প্ৰকাশ কৰে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা ল’কডাউনৰ পাছত এয়া ইছৰোৰ প্ৰথমটো কাৰ্য্যসূচী হ’ব বুলি ইছৰোৰ বিভাগীয় টুইটাৰ হেণ্ডলত উল্লেখ কৰা হয়।

ইছৰোৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহটোৱে কৃষি, বন আৰু দুৰ্যোগ প্ৰশমনৰ হকে কাম কৰিব।

৭ নৱেম্বৰত শ্ৰীহৰিকোটাৰ পৰা আবেলি ৩.০২ মিনিটত কৃত্ৰিম উপগ্ৰহ কেইটা উৎক্ষেপণ কৰা হ’ব যদিও এইক্ষেত্ৰত বতৰৰ ওপৰত নিৰ্ভৰ কৰিব।

আনহাতে, কাষ্টমাৰ কৃত্ৰিম উপগ্ৰহ কেইটা নিউ স্পেচ লিমিটেড আৰু ডিপাৰ্টমেণ্ট অফ স্পেচৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ আধাৰত  উৎক্ষেপন কৰা হ’ব বুলি ইছৰোই লগতে কয়।

ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ইছৰোই লঞ্চ চেন্টাৰ আদিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে।

উৎক্ষেপনৰ সময়ত দৰ্শকৰ লগতে সংবাদমাধ্যমৰ লোকৰ বাবেও কোনোধৰণৰ ব্যৱস্থা ইছৰোৱে ৰখা নাই বুলি কয়।

ইছৰোৰ অধ্যক্ষ কে শিবানে চলিত বৰ্ষত ইছৰোৰ তৰফৰ পৰা ১০ টা অভিযানৰ পৰিকল্পনা কৰা হৈছিল যদিও ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইক্ষেত্ৰত বিলম্ব ঘটিছে বুলি মত প্ৰকাশ কৰে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd