• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা; ৰাজ্যৰ গ্ৰাহকে ৩০ ইউনিটলৈকে দিব নালাগে বিদ্যুতৰ মাচুল

দিল্লীৰ কেজৰিৱাল চৰকাৰক অনুকৰণ কৰিছে নেকি অসম চৰকাৰে ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 2, 2020 6:41 pm
light-bulb-2723403_960_720(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰ মডেল লাহে লাহে অসম চৰকাৰেও ল’বলৈ আৰম্ভ কৰিছে নেকি? শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবোৰে এই প্ৰশ্নটোক প্ৰাসংগিক কৰি তুলিছে।

সমাগত ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচন। ইতিমধ্যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে জোঁৱাৰ উঠিছে অধিষ্ঠানবিৰোধী ঢৌ।

Apply Now

নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ উজনি নামনি, উত্তৰে-দক্ষিণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱোলে নেৰানেপেৰাকৈ আধাৰশিলা স্থাপনত ব্যৱস্থ হৈ আছে।

প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ভুৱন ভুলোৱা আঁচিন ঘোষণা কৰি দলীয় সভাত ব্যস্ত হৈ আছে।

তথাপিও যেন ২০২১ৰ নিৰ্বাচনত জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰিব পৰাকৈ আত্মবিশ্বাসী হ’ব পৰা নাই বিজেপি দল থকা চৰকাৰ।

সেয়ে এতিয়া ভোটাৰৰ মন মুহিবলৈ চিৰ বৈৰী দিল্লীৰ আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ পদাংক অনুসৰণেৰে অসম চৰকাৰে এক ৰাজ্যত ৩০ উইনিট বিজুলিৰ মাচুল ফ্ৰী দিয়াৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে দিল্লীৰ কেজৰিৱাল চৰকাৰে দিল্লীত প্ৰতিজন উভোক্তাকে মাহে ২০০ ইউনিটকৈ বিজুলি ফ্ৰীকৈ যোগান ধৰি আহিছে।

এতিয়া দিল্লী চৰকাৰৰ দৰে অসম চৰকাৰেও ৩০ ইউনিটলৈকে বিদ্যুতৰ মাচুল দিব নালাগে বুলি ঘোষণা কৰিছে।

আজি ৰাজ্য চৰকাৰৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ অসমৰ ঢেকিয়াজুলিৰ এক জনসভাত এই ঘোষণা কৰিছে।

’৩০ ইউনিটলৈকে যদি বিদ্যুৎ ব্যৱহাৰ হয় তেন্তে ৰাইজে বিদ্যুতৰ মাচুল দিব নালাগে।‘ ঢেকিয়াজুলিত এক নিৰ্বাচনী সভাত এই ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰোপৰি, দুখীয়া দৰিদ্ৰ লোকসকলে বিদ্যুৎৰ মাচুল দিয়াৰ সময়ত ৰাজসাহায্য লাভ কৰাৰ সম্ভাৱনাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

সভাখনত তেওঁ আৰু কয় ‘আমি লাহে লাহে এটা এটাকৈ আঁচনিৰ কাম কৰি গৈ আছো। ধুতি-লুঙিৰ পৰা ৰাইজক সঁচা অৰ্থত উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ যাব খুজিছো।‘

কেজৰিৱাল চৰকাৰৰ দৰেই সঁচা অৰ্থত অসমখনকো আগুৱাই নিব পাৰিব নেকি সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd