• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৱেষ্ট ইণ্ডিজক দুবাৰকৈ টি-২০ বিশ্বকাপ জয়ী কৰোৱা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

by
November 4, 2020 12:01 pm
15.6k
VIEWS
Share on FacebookShare on Twitter

ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ অভিজ্ঞ বেটছমেন মাৰ্লন ছেমুৱেলছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে।

২০১৮ চনৰ ডিচেম্বৰ মাহত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ পিছৰ পৰা তেওঁ আৰু ৱেষ্ট ইণ্ডিজৰ হৈ কোনো মেচতে অংশ লোৱা নাছিল।

বুধবাৰে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট বোৰ্ডে তেওঁৰ অৱসৰৰ বাতৰি নিশ্চিত কৰে।

ৱেষ্ট ইণ্ডিজ ক্ৰিকেট বোৰ্ডে এটা ইংৰাজী ৱেবছাইটক জানিব দি কয় যে ছেমুৱেলছে বোৰ্ডক জনাইছিল যে তেওঁ জুন মাহত অৱসৰ গ্ৰহণ কৰি আছে।

তেওঁ ২০১৮ চনৰ ডিচেম্বৰত তেওঁৰ অন্তিমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।

২০০০ চনত শ্ৰীলংকাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটনা ৩৯ বছৰীয়া ছেমুৱেলছে ৱেষ্ট ইণ্ডিজৰ হৈ মুঠ ৭১ খন টেষ্ট, ২০৭ খন এদিনীয়া আৰু ৬৭ খন টি-২০ মেচ খেলিছে।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ ১১ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰাৰ উপৰি ১৫০ৰো অধিক উইকেট দখল কৰে।

মাৰ্লন ছেমুৱেলছ দুটাকৈ টি-২০ বিশ্বকাপ বিজয়ৰ অংশ আছিল।

ছেমুৱেলছে ৱেষ্ট ইণ্ডিজৰ হৈ দুয়োবাৰে টি-২০ বিশ্বকাপৰ ফাইনেলত আকৰ্ষণীয় বেটিং প্ৰদৰ্শনেৰে দলক চেম্পিয়ন কৰাইছিল।

২০১২ চনৰ টি-২০ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে ফাইনেলত তেওঁ ৫৬ টা বলত ৭৮ ৰানৰ ইনিংছ খেলিছিল।

ইয়াৰ উপৰি কলকাতাত অনুষ্ঠিত হোৱা ২০১৬ৰ টি-২০ বিশ্বকাপৰ চূড়ান্ত খেলতো ইংলেণ্ডৰ বিৰুদ্ধে ৮৫ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি দলক চেম্পিয়ন কৰাইছিল।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd