• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সমীক্ষা: কিদৰে এতিয়াও বিজয়ী হ’ব পাৰে ডোনাল্ড ট্ৰাম্প?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2020 4:34 pm
trump-twitter-750x375

ডোনাল্ড ট্ৰাম্প।

1.5k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল এতিয়াও ঘোষণা হোৱা নাই আৰু ভোট গণনা এতিয়াও চলি আছে।

আপাত: দৃষ্টিত ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেন নিৰ্বাচনী যুঁজত বিজয়ী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ সময়তে আন্তৰ্জাতিক সংবাদ মাধ্যমে প্ৰকাশ কৰা শেহতীয়া সমীক্ষাত ডোনাল্ড ট্ৰাম্পৰ বিজয়ৰ সম্ভাৱনা এতিয়াও নস্যাৎ কৰা নাই।

ফক্স নিউজৰ হিচাপত জো বিডেনে পোৱা ইলেকট্ৰ’ৰেল ভোটৰ সংখ্যা ২৬৪ আৰু চি এন এনৰ হিচাপত ২৫৩।

আনহাতে, ট্ৰাম্পৰ ইলেকট্ৰ’ৰেল ভোটৰ সংখ্যা চিএনএনে দেখুৱাইছে ২১৩ আৰু ফক্স নিউজে দেখুৱাইছে ২১৪।

প্ৰয়োজনীয় ২৭০ টা ইলেকট্ৰ’ৰেল ভোট সংগ্ৰহৰ ক্ষেত্ৰত বিডেন আগবাঢ়ি থাকিলেও চিএনএনৰ মতে ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হোৱাৰ বাবে ডোনাল্ড ট্ৰাম্পৰ এতিয়াও সুযোগ আছে।

আৰিজোনা আৰু নেভাডাত বিডেন জয়ী হ’ব বুলি কোৱা হৈছে। এইক্ষেত্ৰত নৰ্থ কেৰোলিনা, জৰ্জিয়া আৰু মেইনৰ ছেকেণ্ড কংগ্ৰেশ্যনেল ডিষ্ট্ৰিক্টত ট্ৰাম্পে আগবাঢ়ি থাকিব লাগিব। সেইদৰে আলাস্কাৰ ভোট ট্ৰাম্পে লাভ কৰাৰ সম্ভাৱনা আছে।

আনহাতে, হোৱাইট হাউছ দখলৰ দৌৰত টিকি থাকিবলৈ ট্ৰাম্পৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে পেনছিলভেনিয়াত বিজয় সাৱ্যস্ত কৰাটো।

সেইদৰে আৰিজোনাতো ট্ৰাম্পে বিডেনক অতিক্ৰম কৰিব লাগিব।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd