• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰৰ লেচুলৈ জি আই টেগ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2020 10:19 am
634
VIEWS
Share on FacebookShare on Twitter

অসমৰ তেজপুৰৰ বিখ্যাত ৰসাল লেচুৱে ভৌগলিক মান্যতা (জি আই টেগ) লাভ কৰিবলৈ সক্ষম হৈছে।

জি আই টেগ লাভ কৰাৰ ফলত এইবিধ ৰসাল ফলে নিজা ঠাইৰ মান্যতা লাভ কৰাৰ লগতে অন্য ঠাইত উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ সীমাবদ্ধতা থাকিব।

এগ্ৰিকালচাৰেল এণ্ড প্ৰ’চিড ফুড প্ৰ’ডাক্টছ এক্সপোৰ্ট ডেভেলপমেণ্ট অথৰিটি(এপিইডিএ)য়ে টুইটাৰৰ মাধ্যমেৰে এই কথা প্ৰকাশ কৰে।

তেজপুৰৰ লেচু ইয়াৰ সোৱাদ আৰু আকাৰৰ বাবে অসমত বিখ্যাত।

এই লেচুত ৬০ শতাংশ ৰস, ১৯ শতাংশ গুটি, ১৩ শতাংশ ছাল আৰু ৮ শতাংশ মঙহাল অংশ থাকে।

ইয়াৰ উপৰিও এই লেচু হ’ল ভিটামিন-চি, প্ৰটিন আৰু বিভিন্ন প্ৰকাশৰ দেহৰ বাবে প্ৰয়োজনীয় উপকৰণৰ এক প্ৰধান উৎস।

তেজপুৰৰ লেচুৰ উপৰিও অসমৰ আদা, ভোট জলকীয়া আদিয়েও জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছিল।

Recent News

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

দুৰ্ঘটনাগ্ৰস্ত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰৰ যান্ত্ৰিক দুৰ্বলতাৰ বিষয়ে এবছৰ পূৰ্বে সকীয়াই দিছিল প্ৰাক্তন কৰ্মচাৰীয়ে!

দুৰ্ঘটনাগ্ৰস্ত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰৰ যান্ত্ৰিক দুৰ্বলতাৰ বিষয়ে এবছৰ পূৰ্বে সকীয়াই দিছিল প্ৰাক্তন কৰ্মচাৰীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd