• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মন্ত্ৰী হিমন্তৰ ল’ৰা-ছোৱালীয়ে কোন মাধ্যমৰ স্কুলত শিক্ষা গ্ৰহণ কৰে?’ : শিৱসাগৰত ‘আপ’ৰ সংখ্যালঘু মৰ্চাৰ প্ৰশ্ন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 7, 2020 6:00 pm
Screenshot_20201107-172449_WhatsApp
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিজেপিয়ে অসমৰ সম্পদ সমুহ এটা এটাকৈ বিক্ৰী কৰিছে।’ সংবাদমেলত আপ অসমৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সমন্বয়ক জীয়াবুৰ ৰহমান খানে এইদৰে বিজেপি চৰকাকৰ তীব্ৰ সমালোচনা কৰে।

তেওঁ কয় বিজেপিয়ে কেৱল পাকিস্তান-হিন্দুস্থান, হিন্দু- মুছলমানৰ বাহিৰে আন কথা নকয়। তেওঁলোকক উন্নয়নৰ কথা সুধিলে তেওঁলোকে হিন্দু মুছলমানৰ কথা কয়।

Apply Now

কালি আজমলৰ সভাত আজিজ খান জিন্দাবাদ বুলি ধ্বনি দিছিল, পাকিস্থান জিন্দাবাদ কোৱা নাছিল। এয়া বিজেপিৰ আইটি চেলৰ কাণ্ড বুলি ৰহমানে কয়।

মিঞা মিউজিয়ামৰ সন্দৰ্ভত তেওঁ কয়,  আমি মিয়ামিউজিয়াম বিচৰা নাই। বিজেপিয়ে যদি মিউজিয়ামৰ কথা কৈ ৰাজনীতি কৰিব বিচাৰিছে তেন্তে বিজেপিৰ পিতৃস্বৰূপ চাৱালকাৰে বৃটিছলৈ লিখা মাফিনামা পত্ৰখন মিউজিয়ামত ৰখাৰ ব্যৱস্থা কৰক। যাৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মই বিজেপিৰ চিন্তাধাৰা বিচাৰধাৰা কি আছিল জানিব পাৰিব।

ইপিনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালেচনা কৰি ৰহমানে হিমন্ত বিশ্ব শৰ্মাতকৈ চৰ চাপৰিৰ লোক বেছি নিভাঁজ অসমীয়া বুলি মন্তব্য কৰে। আমাৰ ল’ৰা ছোৱালী বা চৰ চাপৰিৰ লৰা ছোৱালীয়ে অসমীয়া মাধ্যমৰ স্কুলত পঢ়ে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ল’ৰা ছোৱালীয়ে কোন মাধ্যমৰ স্কুলত পঢ়ে বুলিও তেওঁ প্ৰশ্ন কৰে।

ইপিনে আছুৰ গৰ্ভত জন্ম লাভ কৰা এজিপি আৰু এজেপিকো তীব্ৰ সমালোচনা কৰে আপৰ সংখ্যালঘু মৰ্চাৰ নেতাগৰাকীয়ে।

ৰাইজে বিচাৰিলে আম আদমী পাৰ্টীয়ে অসমৰ ১২৬ টা সমষ্টিত প্ৰাৰ্থী দিব। শিৱসাগৰতো আপে প্ৰাৰ্থীত্ব দিব বুলি কয় আপৰ সংখ্যালঘু নেতাজনে।

সংবাদ মেলত তেওঁ কয়, ২১ত আপে চৰকাৰ গঠন কৰিলে নিবনুৱা সমস্যা, অসম চুক্তি আখৰে আখৰে পালন কৰা, বেদখল মুক্ত কৰা, শিৱসাগৰক পৰ্যটন নগৰী হিচাপে গঢ়ি তোলা, ঐতিহাসিক সমলসমুহ সংৰক্ষণ কৰাৰে ধৰি বিভিন্ন সমস্যা সমাধান কৰি বুলি মন্তব্য কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd