• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোপালনৰ নাতিনীয়েক উপ-ৰাষ্ট্ৰপতি হ’ল, থুলাছেন্দ্ৰাপুৰমত আনন্দৰ লহৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2020 1:57 pm
a kamalas
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সঁচাকৈয়ে গোপালনৰ নাতিনীয়েক  উপ-ৰাষ্ট্ৰপতি হ’ল। তাকো আমেৰিকাৰ দৰে এখন শক্তিশালী দেশৰ।

ইয়াতকৈ সুখৰ কথা কি হব পাৰে বাৰু থুলাছেন্দাপুৰমবাসীৰ বাবে?

Apply Now

পিভি গোপালনৰ নাতিনীয়েক কমলা হেৰিছকলৈ পূৰ্বৰে পৰা বহু আশা আছিল থুলাছেন্দ্ৰপুৰমবাসীৰ।

কমলা হেৰিছৰ মাকৰ সৈতে জৰিত হৈ আছে এই গাঁওৰ নাম।সেয়ে কমলাৰ বিজয় কামনা কৰি থুলাছেন্দ্ৰাপৰমৰ ৰাইজে পূজা-অৰ্চনা কৰি আছিল।

aa kamla

ভাৰতীয় মূলৰ ডেম’ক্ৰেটিক দলৰ মাৰ্কিন উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ বিজয়ী হোৱাৰ খবৰ পোৱাৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে থুলাছেন্দ্ৰাপুৰমৰ লগতে  তামিলনাডুবাসী।

কমলা হেৰিছৰ মূল শিপাৰ সংযোগ আছে তামিলনাডুৰ সৈতে। কমলা হেৰিছৰ মাতৃ শ্যামলা গোপালনৰ জন্ম হৈছিল চেন্নাইত।

১৯৩৮ চনৰ ৭ এপ্ৰিলত চেন্নাইত জন্মগ্ৰহণ কৰা শ্যামলা গোপালনে ১৯৫৮ চনত বাৰ্কলেৰ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভ কৰিছিল।

তেতিয়া তেওঁৰ বয়স মাত্ৰ ১৯ বছৰ।

বিশ্ববিদ্যালয়ত অধ্যয়ন সমাপ্ত কৰাৰ পিছতে তেওঁ আমেৰিকাতে গৱেষণা আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত কৰ্কট ৰোগৰ বিষয়ত তেওঁ ভালেমান উল্লেখনীয় গৱেষণা সফলতাৰে সম্পন্ন কৰিছিল।

জামাইকাৰ অৰ্থনীতিৰ ছাত্ৰ ডনাল্ড জে হেৰিছক লগ পোৱাৰ পিছত ১৯৬৩ চনত শ্যামলাৰ সৈতে হেৰিছৰ বিবাহ হৈছিল।

কমলাৰ মাতৃ শ্যামলাই মাৰ্কিন নাগৰিকত্ব গ্ৰহণ কৰিছিল যদিও ভাৰতৰ সৈতে তেওঁ বজাই ৰাখিছিল নিয়মীয়া সম্পৰ্ক।

সেইবাবেই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ পদত বিজয়ী হোৱা  কমলাক এতিয়া তামিলনাডুৰ জনতাই শুভেচ্ছা আৰু আশীৰ্বাদেৰে ওপচাই দিছে।

তামিলনাডুৰ বিভিন্ন স্থান তামিল ভাষাতে লিখা পোষ্টাৰেৰে ভৰি পৰিছিল।

পোষ্টাৰত লিখা হৈছিল ‘পিভি গোপালনৰ নাতিনীয়েক বিজয়ী হ’ব’।

তামিলনাডুবাসীৰ এনে মৰমত এতিয়া আপ্লুত মাৰ্কিন উপ-ৰাষ্ট্ৰপতি পদত বিজয়ী  কমলা হেৰিছ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd