• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কমলা হেৰিছৰ কাষত মল্লিকা শ্বেৰাৱট; কেনেকৈ ঘটিল এই সংযোগ?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2020 8:33 am
mallika kamalas
696
VIEWS
Share on FacebookShare on Twitter

স্বাভাৱিকতে আচৰিত হোৱাৰেই কথা। আমেৰিকাৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ কাষত বলীউদৰ আবেদনময়ী অভিনেত্ৰী মল্লিকা শ্বেৰাৱটৰ থিয় হৈ উঠা এখন ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

দৰাচলতে, আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল বলীউদ অভিনেত্ৰী মল্লিকা শ্বেৰাৱট।  শুনি অবাক হ’বলগীয়া কথাই যদিও এয়া সত্য।

এতিয়াৰ পৰা ১১বছৰ পূৰ্বে দুয়োগৰাকীয়ে একলগে পাৰ্টি কৰাৰ কথা জানিব দিছিল মল্লিকা শ্বেৰাৱটে। কমলা হেৰিছ এইবাৰ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত সেই পুৰণি ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

প্ৰায় এক দশক পূৰ্বে ‘পলিটিক্স অফ লাভ’ নামৰ এখন ছবিত মল্লিকা শ্বেৰাৱাটে অভিনয় কৰিছিল। তাত তেওঁ এগৰাকী ডেম’ক্ৰেট কৰ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল।

ছবিৰ বিষয়ে বিতং জানিবলৈ মল্লিকাই ২০০৯চনত ছান ফ্ৰান্সিছকোলৈ গৈছিল। তাতেই কমলা হেৰিছৰ সৈতে তেওঁৰ সাক্ষাৎ হয়।

Having fun at a fancy event with a woman who they say could be US President, Kamala Harris. Chicks rule!

— Mallika Sherawat (@mallikasherawat) June 23, 2009

তেওঁলোকৰ সেই সাক্ষাতৰ পাছতে মল্লিকাই এটা টুইটো কৰিছিল যিটো এতিয়া ভাইৰেল হৈ পৰিছে।

২০০৯ৰ সেই টুইটোত মল্লিকাই লিখিছিল,’’এটা অনুষ্ঠানত এনে এগৰাকী মহিলাৰ সৈতে উপভোগ কৰিছো যিগৰাকী আমেৰিকাৰ প্ৰেছিডেন্টো হ’ব পাৰে। তেওঁ কমলা হেৰিছ। নাৰী শক্তি!’’

Loved playing a character inspired by Vice President elect of USA Kamala Harris in my Hollywood film Politics of Love. The Los Angeles Times gave the film a glowing review https://t.co/bZjdUGZxlF #mondaythoughts pic.twitter.com/5LCiWnJg0t

— Mallika Sherawat (@mallikasherawat) November 9, 2020

মল্লিকা শ্বেৰাৱাটে সেই ছবি সোমবাৰে নিজেই প’ষ্ট কৰিছে। তাত তেওঁ লিখিছে,’’ আমেৰিকাৰ নতুন উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ষ্টাইলত মোৰ হলীউদৰ ছবি পলিটিক্স অফ লাভৰ এটা চৰিত্ৰ কৰি খুব ভাল লাগিছিল।‘’

পলিটিক্স অফ লাভ ২০১১চনত উইলিয়াম ডিয়াৰৰ পৰিচালনাত নিৰ্মিত এখন ৰোমান্টিক কমেডি ছবি আছিল। ছবিখনত ব্ৰিয়ান জে হোৱাইটৰ বিপৰীতে মল্লিকা শ্বেৰাৱাটে অভিনয় কৰিছিল।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd