• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানৰ কুকীৰ্তি বিৱৰি নৱনিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি জু বিদেনলৈ পত্ৰ প্ৰেৰণ বালুচিস্তানৰ মানৱাধিকাৰ নেতা মিৰ্জাৰ

'পাক অধিকৃত কাশ্মীৰত পাক চৰকাৰে গঢ়ি তুলিছে সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ শিবিৰ' : বালুচ মানৱাধিকাৰ নেতা আমজাদ আয়ুব মিৰ্জা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2020 4:01 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱ নিৰ্বাচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জু বিডেনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে পাকিস্তানৰ বালুচিস্তানৰ মানৱাধিকাৰ আন্দোলনৰ এগৰাকী নেতাই।

পত্ৰখনত পাক অধিকৃত কাশ্মীৰৰ নাগৰিকৰ ওপৰত পাকিস্তান চৰকাৰে অকথ্য নিৰ্যাতন চলাই আহিছে বুলি দাবী কৰিছে আমজাদ আয়ুব মিৰ্জা নামৰ মানৱাধিকাৰ আন্দোলনৰ নেতাগৰাকীয়ে।

Apply Now

“পাকিস্তান অধিকৃত কাশ্মীৰত ইমৰাণ খানৰ চৰকাৰে কি কৰিছে আজি গোটে বিশ্বই সেয়া দেখিছে। সাধাৰণ মানুহৰ ওপৰত অকথ্য অত্যাচাৰ চলোৱাৰ লগতে সেই অঞ্চলত বহুতো সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰ স্থাপন কৰিছে পাকিস্তান চৰকাৰে।” আয়ুব মিৰ্জাৰ দাবী।

তাত যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদী হিচাপে গঢ়ি তোলা হৈছে বুলি দাবী কৰি পত্ৰখনত তেওঁ আৰু লিখিছে, “তাৰ পৰাই ভাৰতত অনুপ্ৰৱেশ কৰি কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই কামত আইএছআই-এ শিশু আৰু কিশোৰসকলকো ব্যৱহাৰ কৰি আহিছে।”

পত্ৰখনত ইছলমাবাদক এনে কামৰ পৰা বিৰত থাকিবলৈ দাবী কৰি নেতা গৰাকীয়ে পাকিস্তান চৰকাৰক পাক অধিকৃত কাশ্মীৰৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈও দাবী জনাইছে।

“আপোনাৰ বিজয়ে হোৱাইট হাউছত নতুন আশাৰ সঞ্চাৰ কৰিছে। আপোনাক গোটেই বিশ্বই ত্ৰাণকৰ্তা হিচাপে চাবলৈ বিচাৰিছে। সেয়ে আমি আপোনালৈ এই পত্ৰ প্ৰেৰণৰ দুঃসাহস কৰিছো।” বিডেনক শুভেচ্ছা জ্ঞাপন কৰি নেতা গৰাকীয়ে এইদৰে লিখিছে পত্ৰখনত।

পাকিস্তান চৰকাৰে তেওঁলোকৰ ৩২ বৰ্গ মাইল অঞ্চল অবৈধভাৱে দখল কৰি যি মন যায় তাকে কৰি আহিছে বুলি দাবী কৰি তেওঁ হোৱাইট হাউছত তেওঁক বক্তব্য প্ৰদানৰ সুযোগ দিলে পাকিস্তানৰ সকলো কুকীৰ্তি প্ৰমাণসহ দাখিল কৰিব পাৰিব বুলিও দাবী কৰিছে মানৱাধিকাৰ নেতা গৰাকীয়ে।

বালুচিস্তানৰ মানৱাধিকাৰ আন্দোলনৰ নেতা আমজাদ আয়ুব মিৰ্জাৰ এই পত্ৰখনে ইমৰাণ খানৰ পাকিস্তান চৰকাৰক যথেষ্ট অস্বস্তিত পেলোৱা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm
ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd