• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্যুৎ আইন সংশোধনীৰ বিৰোধিতাৰে ১৪ মাৰ্চত দিচপুৰত ধৰ্ণা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2018 8:48 am
97_big
120
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাইজৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়াৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে বিদ্যুৎ আইন ২০১৪’ৰ সংশোধনী কৰিব বিচৰাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডৰ বহিৰ্উৎস অস্থায়ী কাৰিকৰী কৰ্মী সন্থাই।

বঙাইগাঁৱ জিলা বহি:উৎস অস্থায়ী বিদ্যুৎ কমৰ্চাৰীসকলৰ সংগঠনটোৰ সাধাৰণ সম্পাদক ধনজিৎ কুমাৰ ৰয়ে এক বিবৃতিত আইনখনৰ সংশোধনীৰ তীব্ৰ বিৰোধিতা কৰি কয় যে সংশোধনীয়ে বিদ্যুৎ বিভাগত নতুন নিয়োগৰ পথ ৰুদ্ধ কৰি তুলিব।

তেওঁ উল্লেখ কৰে যে ইয়াৰ ফলত দীৰ্ঘদিন ধৰি বিদ্যুৎ খণ্ডত অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰি থকা হেজাৰ হেজাৰ যুৱক-যুৱতী স্থায়ী সংস্থাপনৰ পৰা বঞ্চিত হ’ব।

APDCL-asked-to-prepare-report-on-safety-measures-at062

ক্ষমতালৈ অহাৰ পূৰ্বে স্থায়ী নিযুক্তিৰে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ সংকল্পৰ কথা ঘোষণা কৰা বিজেপি চৰকাৰখনে এনে সংশোধনীৰ দ্বাৰা নিজৰেই প্ৰতিশ্ৰুতি ভংগ কৰিছে বুলি বিবৃতিটোত ক্ষোভ প্ৰকাশ কৰা হৈছে।

নতুনকৈ আনিব বিচৰা সংশোধনীয়ে সৰ্বসাধাৰণ ৰাইজকো ক্ষতিগ্ৰস্ত কৰিব বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে বিদ্যুৎ আইন সংশোধনৰ পিছত গ্ৰাহকে বহু উচ্চ হাৰত বিদ্যুৎ ক্ৰয় কৰিব লাগিব।

বিদ্যুৎআইন সংশোধনৰ বিৰোধিতা কৰি বঙাইগাঁৱ জিলাৰ বহি:উৎস অস্থায়ী কাৰিকৰী কৰ্মী সন্থাৰ এখন সাধাৰণ সভা অভয়াপুৰীত অনুষ্ঠিত হয়। সভাত নজৰুল ইছলামক সভাপতি আৰু ধনজিৎ কুমাৰ ৰয়ক সাধাৰণ সম্পাদক হিচাপে লৈ সংগঠনটোৰ বঙাইগাঁৱ জিলাৰ সমিতিখন নতুনকৈ গঠন কৰা হয়।

সভাত বিদ্যুৎআইন সংশোধনৰ বিৰোধিতা আৰু অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰাৰ লগতে কৰ্মচাৰীসকলৰ বিভিন্ন অসুবিধাসমূহ আঁতৰ কৰাৰ দাবীত অহা ১৪ মাৰ্চত দিচপুৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়নৰো সিদ্ধান্ত ঘোষণা কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd