• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেঘালয় আৰক্ষীক আলফা(স্বা)ৰ নেতা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ কৃতিত্বৰ ভাগ নিদিলে ভাৰতীয় সেনাই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2020 1:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন) চমুকৈ আলফা(স্বা)ৰ উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণত মেঘালয় আৰক্ষীয়ে লোৱা ভূমিকাক নস্যাৎ কৰি একক কৃতিত্ব লৈছে ভাৰতীয় সেনাই।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ে বৃহস্পতিবাৰে পুৱা ৯.৫৯ বজাত প্ৰকাশ কৰা এক বিবৃতিত দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণত মেঘালয় আৰক্ষীয়ে লোৱা ভূমিকাক স্বীকাৰ কৰাতো বাদেই মেঘালয় আৰক্ষীয়েও যে উক্ত অভিযানত অংশগ্ৰহণ কৰিছিল সেই সম্পৰ্কে ঘূ্ৰ্ণাক্ষেও উল্লেখ কৰা নাই।

Apply Now

উল্লেখ্য যে বুধবাৰে মেঘালয়ৰ দক্ষিণ গাৰো হিলছ জিলাত এক সংঘৰ্ষৰ পিছত আত্মসমৰ্পণ কৰিছিল চাৰিজন কেডাৰসহ আলফা(স্বা)ৰ উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাই।

মেঘালয় আৰক্ষী আৰু ভাৰতীয় সেনাৰ এছএফ-১০ কামাণ্ড’ৰ যৌথ অভিযান কালত দক্ষিণ গাৰো হিলছ জিলাৰ ব’লব’গক্ৰে গাঁৱত সংঘৰ্ষ আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ পিছত বাধ্য হৈ আলফা(স্বা)ৰ নেতা দৃষ্টি ৰাজখোৱাই চাৰি সতীৰ্থসহ অভিযানকাৰী যুটীয়া দলটোৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।

ইফালে পুৱা ৬.২২ বজাত মেঘালয় আৰক্ষীয়ে নিজৰ বিভাগীয় টুইটাৰত পেজত বুধবাৰে আলফা(স্বা)ৰ নেতা দৃষ্টি ৰাজখোৱাসহ চাৰি সতীৰ্থক অসম আৰক্ষীৰ হাতত অৰ্পণ কৰা হৈছে বুলি টুইট কৰিছে।

Deputy Commander-in-Chief of United Liberation Front of Assam-Independent (ULFA-I) Dhristi Rajkhowa has been handed over to @assampolice and Security Forces, after he surrendered on Wednesday evening to Meghalaya Police. pic.twitter.com/YeMFNIvTPJ

— Meghalaya Police (@MeghalayaPolice) November 12, 2020

অৱেশ্যে মেঘালয় আৰক্ষীৰ বিভাগীয় টুইটাৰ পেজটো আলফা(স্বা)ৰ নেতা দৃষ্টি ৰাজখোৱাই মেঘালয় আৰক্ষীৰ ওচৰতহে আত্মসমৰ্পণ কৰা বুলি উল্লেখ কৰা হৈছে। যুটীয়া অভিযানটোত অংশগ্ৰহণ কৰা ভাৰতীয় সেনাৰ এছএফ-১০ কামাণ্ড’ৰ বিষয়ে টুইটাৰত উল্লেখ কৰা নাই মেঘালয় আৰক্ষীয়ে।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা বিবৃতি কোৱা হৈছে যে ‘আলফা(স্বা)ৰ শীৰ্ষ নেতা দৃষ্টি ৰাজখোৱাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছে’।

৯ মাহজোৰা নিৰবিচ্ছিন্ন অনুসৰণৰল পিছত গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানৰ পিছত আলফা(স্বা)ৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰে বুলি ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ বিবৃতিটোত কোৱা হৈছে।

বুধবাৰে মেঘলায় আৰক্ষী আৰু সেনা বাহিনীৰ এছএফ-১০ কামাণ্ড’ৰ যৌথ বাহিনীৰ অভিযানত আলফা(স্বা)ৰ উপ মুখ্য সেনাধ্যক্ষৰ লগতে আলফা কেডাৰ ক্ৰমে বেদান্ত অসম, য়াছিন অসম, ৰূপজ্যোতি অসম আৰু মিথুন অসমে আত্মসমৰ্পণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd